AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

How to read AssamKart ebooks


To know about How To Buy AssamKart eBooks CLICK HERE

 

Right now, you can read Assamese ebooks on several devices of your choice-

  1.  Android Mobile Phones
  2.  Android tablets
  3.  iPhone
  4.  iPad
  5.  Windows Desktop 
  6.  Windows Laptop

 

Windows Desktop and Laptop

How can you read Assamese ebooks in your Android Mobile Phones?

It’s very simple.

Just download the AssamKart PC App. It’s a FREE app that you can download and install on your Windows desktop and laptop.

Download it here.

Then log in into your AssamKart account from your desktop or laptop.  That’s it!

The ebooks you buy from AssamKart will automatically appear in your AssamKart PC App.

Enjoy Assamese ebooks

 

Android Mobile Phones

How can you read Assamese ebooks in your Android Mobile Phones?

It’s very simple.

Just download the AssamKart ebook Reader App from Google Play. Find more information here.

Then log in into your AssamKart account from your Android mobile phone. That’s it!

The ebooks you buy from AssamKart will automatically appear in your AssamKart ebook Reader App in your Android mobile phone.

Enjoy Assamese ebooks.

 

Android Tablets

How can you read Assamese ebooks in the Android tablets?

It’s very simple.

Just download the AssamKart ebook Reader App from Google Play. 

 

Find more information here.

 

Then log in into your AssamKart account from your Android Tablet. That’s it!

The ebooks you buy from AssamKart will automatically appear in your AssamKart ebook Reader App in your Android tablet.

 

iPhone and iPad

Download the FREE AssamKart iOS app from Apple App Store from your iPhone or iPad.

 

Find more information here

Then log in into your AssamKart account from your iPhone or iPad. That’s it!

The ebooks you buy from AssamKart will automatically appear in your AssamKart iOS ebook Reader App in your iOS device (iPhone/iPad).

 

 

Enjoy Assamese ebooks.

 

 

ই-বুক এখন কেনেকৈ পঢ়িব

"ই-বুক এখন কেনেকৈ পঢ়িব”- এইটো এটা ডাঙৰ প্ৰশ্ন । AssamKart ই- বুক এখন আপুনি কেবাধৰণেও পঢ়িব পাৰে 

  1. আপোনাৰ Android Mobile Phone টোত
  2. আপোনাৰ Android টেবলেট টোত
  3. iPhone
  4. iPad
  5. লেপটপ কম্পিউটাৰত (Windows Laptop)
  6. ডেক্সটপ কম্পিউটাৰত (Windows Desktop)

 

ডেক্সটপ কম্পিউটাৰ (Windows Desktop Computer)

আপোনাৰ ঘৰত যিটো ডেক্সটপ কম্পিউটাৰ আছে, তাত আপুনি AssamKart অসমীয়া ই-বুক পঢ়িব পাৰিব৷ AssamKart অসমীয়া ই-বুকবোৰ পঢ়াটো একেবাৰে সহজ৷

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ আপোনাৰ ডেক্সটপ কম্পিউটাৰটোত পঢ়িবলৈ হলে প্ৰথমে আপুনি FREE AssamKart PC App টো ডাউনলড কৰি লওক৷

ডাউনল’ড কৰক

তাৰ পিছত App টোলৈ গৈ লগ ইন (log in) কৰক৷ আপুনি যি যি ই-বুক কিনিছিল, গোটেইবোৰ আপোনাৰ কম্পিউটাৰটোত হাজিৰ হবহি৷

 

লেপটপ কম্পিউটাৰ (Windows Laptop Computer)

আপোনাৰ ঘৰত থকা লেপটপ কম্পিউটাৰটোত AssamKart অসমীয়া ই-বুক পঢ়িব পাৰিব৷

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ আপোনাৰ লেপটপ কম্পিউটাৰটোত পঢ়িবলৈ হলে প্ৰথমে আপুনি FREE AssamKart PC App টো ডাউনলড কৰি লওক৷

আপোনাৰ ঘৰত যিতো ডেক্সটপ কম্পিউটাৰ আছে, তাত আপুনি AssamKart অসমীয়া ই-বুক পঢ়িব পাৰিব৷ AssamKart অসমীয়া ই-বুকবোৰ পঢ়াটো একেবাৰে সহজ৷

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ আপোনাৰ ডেক্সটপ কম্পিউটাৰটোত পঢ়িবলৈ হলে প্ৰথমে আপুনি FREE AssamKart PC App টো ডাউনলড কৰি লওক৷

ডাউনল’ড কৰক

তাৰ পিছত App টোলৈ গৈ লগ ইন (log in) কৰক৷ আপুনি যি যি ই-বুক কিনিছিল, গোটেইবোৰ আপোনাৰ লেপটপ কম্পিউটাৰটোত হাজিৰ হবহি৷

 

আইফোন আৰু আইপেড (iOS Devices –iPhone & iPad)

আইফোন আৰু আইপেডতো আপুনি সহজে AssamKart অসমীয়া ই-বুকবোৰ পঢ়িব পাৰিব৷

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ পঢ়িবলৈ হলে প্ৰথমে আপুনি FREE AssamKart iOS App টো Apple App Store ৰ পৰা ডাউনলড কৰি লব লাগিব৷

আৰু অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক

তাৰ পিছত App টোলৈ গৈ লগ ইন (log in) কৰক৷ আপুনি যি কেইখন ই-বুক কিনিছিল, গোটেইবোৰ আপোনাৰ টেবলেটটোতে পাব৷

 

Android টেবলেট

টেবলেট বোলা সজুঁলিটো আন এক ধৰনৰ ই- বুক পঢ়িব পৰা সজুঁলি । এনে কেইবাটাও সজুঁলি আজিকালি বজাৰত পোৱা যায় । এনে কেইটামান টেবলেট হল - Samsung Galaxy Tab, Kindle Fire, Asus tablets, Micromax Fun Tab, Acer Iconia Tab, Motorol Xoom and Other Android Tablets.

অসমীয়া ই-বুকবোৰ পঢ়াটো একেবাৰে সহজ৷

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ পঢ়িবলৈ হলে প্ৰথমে আপুনি AssamKart ebook Reader Application টো ডাউনলড কৰি লব লাগিব৷ তাৰ পিছত App টোলৈ গৈ লগ ইন (log in) কৰক৷ আপুনি যি যি ই-বুক কিনিছিল, গোটেইবোৰ আপোনাৰ টেবলেটটোত হাজিৰ হবহি৷

আৰু অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক

এতিয়া অসমীয়া ই-বুকৰ আনন্দ লওঁক৷

 

Android Mobile Phone

আপুনি আপোনাৰ Android বাইল ফোনটো অসমীয়া ই-বুকবোৰ পঢ়িব পাৰে৷

কেনেকৈ?

AssamKart ত পোৱা অসমীয়া কিতাপবোৰ পঢ়িবলৈ হলে প্ৰথমে আপুনি AssamKart ebook Reader Application টো ডাউনলড কৰি লব লাগিব৷ তাৰ পিছত App টোলৈ গৈ লগ ইন (log in) কৰক৷ আপুনি যি যি ই-বুক কিনিছিল, গোটেইবোৰ আপোনাৰ মবাইল ফোনটোত হাজিৰ হবহি৷

এতিয়া অসমীয়া ই-বুকৰ আনন্দ লওঁক৷

আৰু অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক

 

কিতাপবোৰ

অসমীয়া আৰু ইংৰাজী দুয়োবিধ ই-বুক আপুনি AssamKart (www.assamkart.com) এ পাব। প্ৰত্যেক মাহতে AssamKart এ নতুন নতুন অসমীয়া আৰু ইংৰাজী ই-বুক সংযোজন কৰি গৈ থাকিব, যিবোৰ আপুনি পঢ়িব পাৰিব।

 

আপুনি আপোনাৰ পছন্দৰ সঁজুলিটোত (Desktop, Laptop, iPhone, iPad, Android Mobile Phone বা Android tablet) পঢ়িব পাৰিব।