AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ডায়েৰি ১ (Diary 1)

Rating: 3/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS04
Email
Share on Google+
Description

ডায়েৰি ১

অনুৰাধা শৰ্মা পূজাৰীৰ ডায়েৰীতেওঁৰ অতি জনপ্ৰিয় প্ৰবন্ধ কিছুমানৰ সংকলন । বিভিন্ন সময়ত আমাৰ অসমকাকতত প্ৰকাশিত হোৱা তেখেতৰ এই প্ৰবন্ধসমূহে আপোনাৰ মনক বিভিন্ন ধৰণেৰে আলোড়িত কৰিব । এই প্ৰবন্ধবোৰত তেখেতে মানব জীৱনৰ বিভিন্ন সূক্ষ্ম কথাবোৰ অতি সুন্দৰভাৱে তুলি ধৰিছে । উদাহৰণ স্বৰুপে এসাজ মূলাৰ দামনামৰ লিখনিটোত লেখিকাই তুলি ধৰিছে কেনেদৰে নিজে লঘোণে থাকি খাবলৈ একো নথকা পৰিয়াল এটাৰ মূৰব্বী এজনে কেনেদৰে নিজৰ আহাৰ মূলাকেইটাও গাওঁলৈ পানী আনিবলগীয়া মানুহকেইজনলৈআগবঢ়াইছে ।তেনেদৰে শিল্পী লম্বোদৰ দাস- যাৰ পেনচিল এডাল কিনিবলৈ সামৰ্থ্য নাছিলনামৰ লিখনীটোৱে আপোনাৰ মন ভৰাই তুলিব এজনা শিল্পীৰ দুখৰ কথাৰে ।যদি আপুনি সুলিখনি পঢ়িব খোজে আৰু আপোনাৰ মনক চিন্তা কৰিবলৈ আপুনি যদি মানসিক খাদ্যৰ যোগান ধৰিব খোজে তেন্তে এইখন কিতাপ অপোনাৰ বাবে ।

কিতাপখনত সন্নিবিষ্ট লিখনিসমূহ

এসাঁজ মূলাৰ দাম

প্ৰেমৰ চিঠি

বিজয়াৰ ফাও

এটা কুকুৰৰ কাহিনী ……………..

মৰুভূমিৰ বাসিন্দা

কামিনীৰ ভৱিষ্যত

শিল্পী লম্বোদৰ দাস এডাল পেঞ্চিল কিনিবলৈ যাৰ সামৰ্থ্য নাছিল

এজন বিপ্লৱীৰ কথা

পখিলা লেকপেথিৰ আশা-আকাংক্ষা

এটা বিখ্যাত পৰিয়ালৰ কথা ………

Reviews

Thursday, 23 January 2014
britul sharma
Friday, 27 September 2013
iOS
Biki

Related Books

Customers who bought this also bought ...