AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নাহৰৰ নিৰিবিলি ছাঁ (Naharar Niribili Cha)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 75
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS07
Email
Share on Google+
Description

অনুভৱ কৰক বিশ্ববিদ্যালয়ত অথবা কলেজত পঢ়া সেই দিনবোৰ । কি দিন আছিল সেইবোৰ ! প্ৰেম, ভালপোৱা, বন্ধুত্ব, মৰম-চেনেহ, ঈৰ্ষা, হোষ্টেল জীৱন আৰু বহুত কিবা-কিবি । বিশ্ববিদ্যালয়ত অথবা কলেজত পঢ়া সেই দিনবোৰ ঘুৰাই পাওঁক আৰু নিজকে বিচাৰি পাওঁক এই উপন্যাসত বৰ্ণিত চৰিত্ৰ আৰু ঘটনাবোৰৰ মাজত ।

……….

ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ আঢ়ৈটা বছৰত হোৱা অভিজ্ঞতা উপলব্ধি অনুভূতিয়ে আজি এযুগ পাৰ হোৱাৰ পিচতো মোক আলোড়িত কৰি থাকে । প্ৰত্যেক মানুহৰ জীৱনলৈ কিছু বিশেষ সময় আহে যিখিনি জীৱনৰ আন এটা সময়ত থিয় হৈহে গুৰুত্বপূৰ্ণ বুলি উপলব্ধি কৰিব পাৰি। এই বিশ্ববিদ্যালয়ত ভৰি দি প্ৰথম ঘৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ নানা অচিন ঠাইৰ লৰা-ছোৱালীৰ সৈতে এটি বন্ধুত্বপূৰ্ণ পৰিয়ালত ভৰ্তি হৈছিলোঁ। হোষ্টেলত প্ৰিফেক্টহৈ কাৰ্যনিৰ্বাহ কৰোঁতে বিচিত্ৰ ঘটনা আৰু অভিজ্ঞতাৰে জীৱনত বিস্ময়কৰ দুৱাৰবোৰ খোল খাই গৈছিল। এই সোণালী সময়ত লগ পোৱা চৰিত্ৰবোৰ ঘটনাবোৰকে উপন্যাসৰ ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ। সাহিত্যৰ স্বাদ ৰক্ষাৰ বাবেহে নাম বৰ্ণনাসমূহৰ সলনি ঘটোৱা হৈছে। এক কথাত এই উপন্যাসখন মোৰ মৰমৰ বিশ্ববিদ্যালয়খনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

--অনুৰাধা শৰ্মা পূজাৰী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...