AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হৃদয় এক বিজ্ঞাপন (Hriday Ek Bigyapan)

Rating: 2/5
Price of print book:₹ 100
Our Price:
₹ 70
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS08
Email
Share on Google+
Description

মই অনুৰাধা শৰ্মা পূজাৰীক নতুন প্ৰজন্মৰ আটাইতকৈ শক্তিশালী আৰু প্ৰতিভাশালী লেখিকা বুলি ভাবো। অসম বাণীত তেওঁৰ কলিকাতাৰ চিঠিপঢ়ি সকলো পাঠক-পাঠিকাই একবাক্যে স্বীকাৰ কৰিছিল যে অসমৰ সাহিত্য আকাশত এটা নতুন উজ্জ্বল তাৰকাৰ উদয় হৈছে। হৃদয় এক বিজ্ঞাপনতেওঁৰ প্ৰথম উপন্যাস। এই প্ৰথমখন উপন্যাসেই তেওঁ সন্দেহাতীত প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। উপন্যাসখনৰ বিষয়বস্তু অসমীয়া উপন্যাসত নতুন। এই বিষয়বস্তুৰ জৰিয়তে লেখিকাই অসমীয়া উপন্যাসৰ দিগন্ত বিস্তৃত কৰাৰ উপৰিও আধুনিক জীৱনৰ এনে কিছুমান মৌলিক প্ৰশ্ন আৰু সমস্যা উত্থাপন কৰিছে যিবোৰ আন কোনো অসমীয়া লেখকে কৰা নাই।

- হোমেন বৰগোহাঞি

 

কিতাপখনে আপোনাৰ আগত দাঙি ধৰিব কেনেদৰে বিজ্ঞাপনৰ জগতখনত মানুহৰ কোনো দাম নাই, অনুভূতিৰ কোনো দাম নাই, কেনেদৰে মানুহ নিষ্পেষিত আৰু শোষিত হয় পলে পলে। কলিকতাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ওপৰত আধাৰিত এই উপন্যাস খনে আপোনাক বিজ্ঞাপনৰ জগতখনৰ বিষয়ে বহু কথাই জনাব। জানক যৌনতা আৰু মহিলাৰ শৰীৰ কিদৰে ব্যৱহাৰ হয় এই পৃথিৱীখনত।

Reviews

excellent....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...