Rating: 5/5
Our Price: ₹ 80 |
|
||||||||||||||||
|
‘ভাৰতীয় সাহিত্যত এক বিৰল প্রতিভা’
মামণি ৰয়চম গোস্বামীৰ ক্ষেত্রত এটা অতি গুৰুত্বপূর্ণ কথা হৈছে যে তেওঁ এগৰাকী খঙাল লেখিকাৰ ৰূপ ধাৰণ কৰিব পাৰে। অন্ধবিশ্বাস আৰু তেনে অন্যান্য বিষয় সম্পর্কে যেতিয়া তেওঁ লিখে তেতিয়া তেওঁৰ দৃষ্টিভংগী সম্পূর্ণৰূপে যুক্তিবাদী আৰু অতি প্রগতিশীল। একে সময়তে তেওঁ হৈছে এগৰাকী অতি আধ্যাত্মিক ভাবাপন্ন ব্যক্তি। খুব কমেইহে এই দুই ভাবৰ সমন্বয় ঘটা দেখা যায়। গোস্বামী কিন্তু ইয়াৰ কোনো শ্রেণীতেই নপৰে। গোস্বামীৰ চিন্তাত এটা অতি গভীৰ মানৱতাবাদী দৃষ্টিভংগী আৰু এক প্রকাৰ আধ্যাত্মিক ভাবৰ সমন্বয় ঘটিছে। তেওঁৰ প্রধান আকর্ষণ হৈছে ৰামায়ণ। অসমত তেওঁ বহু যুঁজ কৰিবলগীয়া হৈছে। অসমৰ বহু পুৰোহিতক তেওঁ ক্রোধান্বিত কৰি তুলিছে। কিন্তু একে সময়তে অসমৰ বহু লোকে তেওঁক ভাল পায়। তেওঁ এনে এগৰাকী ব্যক্তি যাৰ শিপাডাল আমাৰ সংস্কৃতিত গভীৰভাৱে প্রোথিত। একে সময়তে তেওঁ আধুনিকো।....
সাহিত্য অকাডেমীয়ে ক্লাছিকৰ মর্যাদা দিয়া ‘দি চাগা অব চাউথ কামৰূপ’ উপন্যাসখন অতি সুন্দৰভাৱে কানাড়ালৈ অনুবাদ কৰিছে আৰ. এল. অনন্তৰামায়াই ‘দক্ষিণা কামৰূপদা অণ্ডু কাণ্ঠানাকা’ নামেৰে।
ড০ ইউ. আৰ. অনন্তমূর্তি
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |