AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (Dotal Hatir Uye Khowa Haoda)

Rating: 5/5
Price of print book:₹ 120
Our Price:
₹ 80
Author মামণি ৰয়ষম গোস্বামী (Mamoni Raisom Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS12
Email
Share on Google+
Description

ভাৰতীয় সাহিত্যত এক বিৰল প্রতিভা

মামণি ৰয়চম গোস্বামীৰ ক্ষেত্রত এটা অতি গুৰুত্বপূর্ণ কথা হৈছে যে তেওঁ এগৰাকী খঙাল লেখিকাৰ ৰূপ ধাৰণ কৰিব পাৰে। অন্ধবিশ্বাস আৰু তেনে অন্যান্য বিষয় সম্পর্কে যেতিয়া তেওঁ লিখে তেতিয়া তেওঁৰ দৃষ্টিভংগী সম্পূর্ণৰূপে যুক্তিবাদী আৰু অতি প্রগতিশীল। একে সময়তে তেওঁ হৈছে এগৰাকী অতি আধ্যাত্মিক ভাবাপন্ন ব্যক্তি। খুব কমেইহে এই দুই ভাবৰ সমন্বয় ঘটা দেখা যায়। গোস্বামী কিন্তু ইয়াৰ কোনো শ্রেণীতেই নপৰে। গোস্বামীৰ চিন্তাত এটা অতি গভীৰ মানৱতাবাদী দৃষ্টিভংগী আৰু এক প্রকাৰ আধ্যাত্মিক ভাবৰ সমন্বয় ঘটিছে। তেওঁৰ প্রধান আকর্ষণ হৈছে ৰামায়ণ। অসমত তেওঁ বহু যুঁজ কৰিবলগীয়া হৈছে। অসমৰ বহু পুৰোহিতক তেওঁ ক্রোধান্বিত কৰি তুলিছে। কিন্তু একে সময়তে অসমৰ বহু লোকে তেওঁক ভাল পায়। তেওঁ এনে এগৰাকী ব্যক্তি যাৰ শিপাডাল আমাৰ সংস্কৃতিত গভীৰভাৱে প্রোথিত। একে সময়তে তেওঁ আধুনিকো।....

সাহিত্য অকাডেমীয়ে ক্লাছিকৰ মর্যাদা দিয়া দি চাগা অব চাউথ কামৰূপউপন্যাসখন অতি সুন্দৰভাৱে কানাড়ালৈ অনুবাদ কৰিছে আৰ. এল. অনন্তৰামায়াই দক্ষিণা কামৰূপদা অণ্ডু কাণ্ঠানাকানামেৰে।

ড০ ইউ. আৰ. অনন্তমূর্তি

Reviews

Sunday, 29 March 2015
classic
bharjil kalita

Related Books

Customers who bought this also bought ...

Next Previous