AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আধালেখা দস্তাবেজ (Aadhalekha Dastabez)

Rating: 4/5
Price of print book:₹ 150
Our Price:
₹ 100
Author মামণি ৰয়ষম গোস্বামী (Mamoni Raisom Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS13
Email
Share on Google+
Description

আধালেখা দস্তাবেজ

এই বিশাল জীৱন স্ৰোতত যিবোৰ সৰু-ডাঙৰ ঘটনাই মন আৰু হৃদয় স্পৰ্শ কৰি গৈছিল সেইবোৰৰ বৰ্ণনাহে মই এই গ্ৰন্থত আঁকি দেখুৱাবলৈ চেষ্টা কৰিছোঁ।

কেতিয়াবা তেনেই সাধাৰণ মানুহৰ জীৱন-যাত্ৰাত এনে কিছুমান ঘটনাৰ সমাবেশ ঘটে, যিবোৰক উপন্যাসৰ আকাৰেৰে সহজেই সজাব পৰা যায়। এয়া তেনে এক সাধাৰণ ব্যক্তিৰেই জীৱন-কাহিনী যাক মাত্ৰ উপন্যাসৰ আকাৰেৰে সজোৱা হৈছে।

——–মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী) ৰ আত্মজীৱনী । এইখন কিতাপ মামণি ৰয়ছম গোস্বামীৰ এখন বেষ্টছেলাৰ ।

পঢ়ুৱৈয়ে এই কিতাপখন ভালপোৱাৰ এক অন্যতম কাৰণ হল তেওঁৰ জীৱনৰ বিভিন্ন দিশৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ জীৱন এই কিতাপখনে সুন্দৰকৈ তুলি ধৰিছে ।

মামণি ৰয়ছম গোস্বামীৰ জীৱনত কি দুখ আছিল, কি কাৰণে তেওঁ এঠাইৰ পৰা আন ঠাইলৈ এক যাযাবৰী জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল, কেনেদৰে তেওঁ লিখা আৰম্ভ কৰিলে, কেনেদৰে তেওঁ বৃন্দাবন পালেগৈ—-জানক সকলোবোৰ কথা । 

Reviews

iOS....
Biki
More reviews

Related Books

Customers who bought this also bought ...

Next Previous