AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চৰজাইনৰ অতিথি (Charjainor Atithi)

Rating: 4/5
Price of print book:₹ 70
Our Price:
₹ 50
Author ইন্দ্ৰকান্ত কাৰ্কী (Indrakanta Karki)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS14
Email
Share on Google+
Description

অজয়, বিজয়, মলয় ছিৰিজৰ এখন জনপ্ৰিয় ৰহস্য আৰু ডিটেক্টিভ ধৰ্মী কিতাপ। সৰু লৰা-ছোৱালীৰ বাবে লিখা এই কিতাপখন এটা সময়ত শিশু আলোচনী মৌচাকত প্ৰকাশ হৈছিল আৰু বৰকৈ জনপ্ৰিয় হৈছিল।

এই কিতাপখনত পাব কিদৰে অজয়, বিজয়, মলয় চৰজাইন নামৰ আন এটা গ্ৰহলৈ গল আৰু তাত কি কি দুঃসাহসিক কাৰ্য্য কৰি দেখুৱালে, কিদৰে অপৰাধীৰ কবলৰ পৰা  ৰাষ্ট্ৰপতিৰ জীয়ৰি মিমানক উদ্ধাৰ কৰিলে, চৰজাইন নামৰ এই গ্ৰহটোনো কেনেকুৱা ইত্যাদি বহু কথা।

Reviews

Saturday, 21 September 2013
iOS
Biki

Related Books

Customers who bought this also bought ...

Next Previous