AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অট'গ্ৰাফ-১ (Autograph 1)

Rating: 5/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS16
Email
Share on Google+
Description

 অটগ্ৰাফ ১

অনুৰাধা শৰ্মা পূজাৰীৰ এক অনবদ্য লিখনি সংগ্ৰহ হঅটগ্ৰাফ ১সাদিনকাকতত প্ৰকাশিত হোৱা আৰু পাঠকৰ মাজত সমাদৃত এই সংকলনটোত আপুনি পাব আপোনাৰ মন ছুই যাব পৰা কেবাটাও লিখনি। এই লিখনিসমূহৰ নামবোৰেই আপোনাক জনাব কেনেদৰে মন আলোড়িত কৰা এই লিখনিসমূহত আপুনি পাব বিভিন্ন জনৰ মনৰ বতৰা আৰু লগতে সমাজৰ খবৰ।

এই সংকলনটোত সন্নিবিষ্ট প্ৰবন্ধকেইটা হল-

কডোৱা,

গিলমেন চাহাব আৰু হুংলী ৰাভাৰ প্ৰেমৰ শেষ বংশধৰ আমৰ্ষ্ট্ৰং চাহাব থাকি গল হাবিতলীয়া গাঁৱত,

নৰবলি দিয়া জয়ন্তেশ্বৰীৰ শেষ পুৰোহিতজন,

শ্বিলঙৰ গধূলি,

ঘৰ সজা ঠাই,

পূণ্য আৰু প্ৰাৰ্থনা

সুৰা আৰু এখন মৰ্মান্তিক চিঠি,

ওৱাটিং বাগিচাৰ হৃদয় পৰশা চিঠি

 

Reviews

Bhal lagil porhi,,, ....
Vrigu Kumar Borah
More reviews

Related Books

Customers who bought this also bought ...