AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মহাসাগৰৰ গৰ্ভত (Mahasagarar Garbhat)

Rating: 0/5
Price of print book:₹ 75
Our Price:
₹ 50
Author ইন্দ্ৰকান্ত কাৰ্কী (Indrakanta Karki)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS17
Email
Share on Google+
Description

মহাসাগৰৰ গৰ্ভত

ইন্দ্ৰকান্ত কাৰ্কীৰ ৰোমান্সকৰ শিশু উপন্যাস। এইখন অজয়,বিজয়, মলয় ছিৰিজৰ আন এখন কিতাপ। ইয়াত অজয়হঁতে ইন্দিয়ানানামৰ জাহাজখন বিছাৰি সমুদ্ৰতলীত অভিযান চলায়। তিমি, অক্টোপাছৰ মুখামুখি হোৱাৰ লগতে সিহঁতে মুখামুখি হয় দস্যু দলৰ। ইন্দিয়ানানামৰ জাহাজত কি আছিল, যাৰবাবে দস্যুদলে ছাবমেৰিণলৈ অজয়হতঁৰ পিচ লবলগীয়া হ? ছাবমেৰিণত সমুদ্ৰতলীত বিচৰণ কৰি কেনে লাগিব বাৰু? আৰু কি কি কৰিলে অজয়হঁতে? সকলো গম পাব মহাসমুদ্ৰৰ গৰ্ভত

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous