Rating: 0/5
Our Price: ₹ 50 |
|
||||||||||||||||
|
মহাসাগৰৰ গৰ্ভত
ইন্দ্ৰকান্ত কাৰ্কীৰ ৰোমান্সকৰ শিশু উপন্যাস। এইখন অজয়,বিজয়, মলয় ছিৰিজৰ আন এখন কিতাপ। ইয়াত অজয়হঁতে “ইন্দিয়ানা” নামৰ জাহাজখন বিছাৰি সমুদ্ৰতলীত অভিযান চলায়। তিমি, অক্টোপাছৰ মুখামুখি হোৱাৰ লগতে সিহঁতে মুখামুখি হয় দস্যু দলৰ। ”ইন্দিয়ানা” নামৰ জাহাজত কি আছিল, যাৰবাবে দস্যুদলে ছাবমেৰিণলৈ অজয়হতঁৰ পিচ লবলগীয়া হ’ল? ছাবমেৰিণত সমুদ্ৰতলীত বিচৰণ কৰি কেনে লাগিব বাৰু? আৰু কি কি কৰিলে অজয়হঁতে? সকলো গম পাব “মহাসমুদ্ৰৰ গৰ্ভত”।
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |