AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মৰমৰ দেউতা (Maramar Deuta)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 75
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS18
Email
Share on Google+
Description

মৰমৰ দেউতা নামৰ উপন্যাসখন প্ৰথমতে সঁফুৰানামৰ শিশু আলোচনীখনত প্ৰকাশ হৈছিল। এই উপন্যাস খনত এখন অসমীয়া ঘৰত হব পৰা লৰা-ছোৱালীৰ সমস্যা এটাক অতি সুন্দৰভাৱে দাঙি ধৰিছে ড০ ভবেন্দ্ৰ নাথ শইকীয়াই।

বিপুল নামৰ লৰাটোৱে মাক-দেউতাক কাৰো কথা নুশুনে, নিজৰ মৰ্জি মতে কাম কৰে, বেয়া সংগ, ছিগাৰেট হোপা, স্কুল নোযোৱা, যেতিয়াই-তেতিয়াই চিনেমা চোৱা, পঢ়া-শুনা নকৰা, ঘৰত অশান্তি কৰা ইত্যাদি নানা সমস্যাৰ সৃষ্টি কৰে। বিপুলৰ শেষত কি হ, বিপুল ভাল হলনে? বিপুলক কোনে মাৰিলে, কিয় মাৰিলে? সকলো গম পাব এইখন কিতাপত।

Reviews

Wednesday, 06 November 2013
nice..................
syed mahfuzul mazid

Related Books

Customers who bought this also bought ...