AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

প্ৰহৰী (Prahari)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS19
Email
Share on Google+
Description

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ লিখনিত মুৰ্ত্ত হৈ উঠা জীৱনৰ বিভিন্ন

ৰঙবোৰৰ সোৱাদ লওঁক এই গল্প সংকলনটোত। অসমীয়া সমাজৰ বিভিন্ন ছবি সুন্দৰভাৱে ফুটাই তোলা এই গল্পসমূহে আপোনাক সমাজৰ সকলো দিশৰ সম্ভেদ দিয়াৰ লগতে মানৱ জীৱনৰ সুখ-দুখৰ লগতো ওচৰৰ পৰা চিনাকি কৰাই দিব।

এই সংকলনটোত অন্তৰ্ভূক্ত গল্পকেইটা হ

আৱৰ্জনা,

ঢোৰা সাপ,

ৰাজমিস্ত্ৰি,

প্ৰহৰী,

কক্ষ-ভ্ৰান্তি,

গংগাস্নান,

প্ৰভাত আৰু

দুৰ্নাম

 

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ সমস্ত গল্পৰাজিৰ মাজেদি মানৱ জীৱনৰ বিভিন্ন তৰংগ আৰু আকাশ, সমাজৰ সমস্যাবহুল সূক্ষ্মচিত্ৰ আৰু সময়ৰ হিচাপ-নিকাচৰ ছবিখন, যথাযথভাৱে, সৰল ভাষাৰে, সকলোৰে বোধগম্য হোৱাকৈ পৰিস্ফুট হৈছে৷ এইটো তেখেতৰ গল্পৰ নিজস্ব ধাৰা, বৈশিষ্ট্য৷

------হৃদয়ানন্দ গগৈ

Reviews

....
Himangshu
More reviews

Related Books

Customers who bought this also bought ...