AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জ্যোতি কবিতা (Jyoti Kabita)

Rating: 3/5
Our Price:
Free
Author জ্যোতিপ্ৰসাদ আগৰৱালা (Jyotiprasad Agarwala)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS23
Email
Share on Google+
Description

জ্যোতি কবিতা    

জনগণৰ সৃষ্টি শক্তিৰ বন্দনা

জ্যোতিপ্ৰসাদে নিজক সুন্দৰৰ পূজাৰী শিল্পী বুলি ভাবিছিল৷ কিন্তু এই শিল্পীৰ সাধনা শেষত বিমূর্ত সৌন্দর্য্যৰ আৰাধনাৰ পৰা গৈ জনগণৰ অক্ষয় সৃষ্টিশক্তিৰ বন্দনালৈ পৰিণত হল৷ ক্ৰমে সকলো শোষক, শাসক শ্ৰেণীৰ স্বার্থপৰতা আৰু তেওঁৰ বাবে অসহনীয়া হল৷ তেওঁ ভাবিবলৈ ললে যে সংস্কৃতি আৰু শিল্পক লালন-পালন কৰে, প্ৰাণত ধাৰণ কৰে, জীৱনৰ উম দিয়ে কেৱল জনতাই৷

° হীৰেণ গোহাঁই, “জ্যোতি প্ৰতিভাৰ বিচাৰ”, “সাহিত্য আৰু চেতনা

————————————————

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ পাঁচটা জনপ্ৰিয় কবিতাৰ সংকল এয়া৷ অসমীয়াৰ বাবে অতিকৈ প্ৰয়োজনীয় এই কবিতাকেইটাই আপোনাক যোগাব মনোবল, আপোনাৰ আৰু অসমৰ কামত আগবঢ়াৰ বাবে৷ ইয়াত আছে

সাৱধান সাৱধান

বিশ্বশিল্পী

কাঞ্চনজংঘাৰ বুৰঞ্জী

লাচিতৰ আহ্বান

অসমীয়া ডেকাৰ উক্তি

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous