AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অনুভৱৰ প্ৰতিধ্বনি (Anubhavar Pratidhhani)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author ময়ূৰ বৰা (Mayur Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB28
Email
Share on Google+
Description

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ কলেজত ইতিহাস বিভাগত নামভর্তি কৰা বৰাই ১৯৯৬ চনৰ প্ৰতিযোগীতামূলক পৰীক্ষাৰ ভিত্তিত নাবার্ডত যোগদান কৰে৷ ভাৰতৰ বিভিন্ন ঠাইত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট বৰা বর্তমানে সহায়ক মহাপ্ৰবন্ধক হিচাপে কর্মৰত৷ মূলতঃ আমাৰ অসমৰ পাতত তেওঁ ভালেমান প্ৰবন্ধ-পাতি প্ৰকাশ পাইছে যদিও ইংৰাজী ভাষাতো সমানে দক্ষ্য বৰাৰ লেখা দ্যা আসাম ট্ৰিবিউন, দ্য টাইমছ অব ইণ্ডিয়া কাকতত প্ৰকাশ পাইছে৷ অনুভৱৰ প্ৰতিধ্বনিতেওঁৰ ঐতিহাসিক প্ৰেক্ষাপটত লিখা তেনেবোৰ নির্বাচিত প্ৰবন্ধৰে সংকলন৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...