AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ (Prabrajan Aaru Anuprabesh)

Rating: 0/5
Our Price:
₹ 90
Author হৰেকৃষ্ণ ডেকা (Harekrishna Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB31
Email
Share on Google+
Description

অসমলৈ বোৱা প্ৰব্ৰজন আৰু এবৈধ অনুপ্ৰৱেশ বিষয়টোৱে গোটেই ৰাজ্যখন বিগত তিনিটা দশক উত্তাল আৰু উত্তেজনা পূর্ণ কৰি ৰাখিছে৷ এই পৰিস্থিতিয়ে সলনি কৰিছে ৰাজ্যখনৰ ৰাজনৈতিক বাতাবৰণ, দেশীয় অর্থাৱস্থা, এনেকি জাতীয় চৰিত্ৰও৷ তথাপি এই সমস্যা সমাধানৰ সদিচ্ছা নাথাকে কাৰো-যেন সকলোৱে মিলি-জুলি সমস্যাটো পুহি ৰখাটোক এক উমৈহতীয়া মহৎ সাধনাহিচাপে গণ্য কৰিছে৷ কিন্তু কিয় ? কাৰ কি অংক? দিনে দিনে কমি গৈছে অসমীয়াভাষী লোকৰ সংখ্যা৷ অস্বাভাৱিক হাৰত বাঢি় গৈছে জনসংখ্যা৷ এয়া কি অস্তিত্ব ৰক্ষাৰ দ্বিতীয় পর্বৰ সূচনা? কিয় গুৰুত্বপূর্ণ বিচাপে বিবেচিত হব ২০১১ লোকপিয়ল? এনে বহু প্ৰশ্নৰ উত্তৰ তথা সমস্যাবোৰ সমাধান সহ পূর্ব বংগ/বাংলাদেশৰ পৰা অসমলৈ হোৱা ক্ৰমাগত প্ৰব্ৰজনৰ বিষয়ে ইতিহাসৰ পটভূমিত বিষদভাৱে আলোচনা কৰিছে হৰেকৃষ্ণ ডেকাই৷ লেখক তথা সমালোচক হৰেকৃষ্ণ ডেকা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান; তেওঁ সমস্যাও দেখিছে নিকট ওচৰৰ পৰা, সমাধানকল্পে নির্ধাৰিত চৰকাৰী নীতিও দেখিছে ওচৰৰ পৰা৷ কাজেই গ্ৰন্থখনৰ তথ্য, আলোচনা আৰু সমাধান সন্দর্ভত দিয়া পৰামর্শ গুৰুত্বপূর্ণ হব পাৰে বুলি ভাবিবৰ থল আছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...