AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

যৌতুক আইন: বিজ্ঞৰ অস্ত্ৰ অজ্ঞৰ বিপদ? (Joutuk Aain-Bigyar Astra Agyar Bipad)

Rating: 0/5
Price of print book:₹ 160
Our Price:
₹ 140
Author বিকাশ শৰ্মা (Bikash Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB33
Email
Share on Google+
Description

নাৰী সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা আইনসমূহে সাধাৰণ মহিলাসকলক কিমানদূৰ উপকৃত কৰিছে সি সন্দেহৰ ঊধ্বৰ্ত নহয়। যৌতুকৰ কাৰণে শাৰীৰিক নিৰ্যাতনৰ পৰা আৰম্ভ কৰি, গাত কেৰাচিন ঢালি হত্যা কৰাৰ পৰা, হত্যা কৰি চিপ লগাই থোৱালৈকে, অনেক অমানুষিক ঘটনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৪৯৮ (ক) ধাৰাৰ দৰে কঠোৰ আইনী ধাৰাৰ তথা যৌতুক আইনসমূহ বলবৎ কৰা হৈছিল। এই ধাৰাটো জামিনবিহীন আৰু অপ্ৰত্যাহাৰযোগ্য হোৱাত, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ কাৰাগমন নিশ্চিত হৈ পৰে। দুৰ্ভাগ্যজনকভাৱে ইয়াৰ সুবিধাতে বহু আইনী জ্ঞান থকা বা আইনী বিশেষজ্ঞৰ পৰামর্শৰে পৰিচালিত হোৱাৰ সুবিধা থকা মহিলা তথা তেওঁলোকৰ পৰিয়ালে প্ৰতিশোধ চৰিতাৰ্থ কৰিবলৈ এই ধাৰাৰ আশ্ৰয় লয়। দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ সহায় লৈ শাৰীৰিকভাৱে নিৰ্যাতনো কৰায়। এনে উদ্বেগজনক কাণ্ড বৃদ্ধিৰ হাৰ যোৱা এঘাৰ বছৰত হৈছেগৈ ১২০ শতাংশ। ইপিনে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ সংস্থাৰ তথ্যমতে, এনে গোচৰত গ্ৰেপ্তাৰ হোৱা ৮০ শতাংশ লোকেই আদালতত নিৰ্দোষী প্ৰমাণিত হৈছে। এনে এক পৰিস্থিতিয়ে সমাজত প্ৰাক-বৈবাহিক ভীতিগ্ৰস্ততাৰ জন্ম দিয়াৰ লগতে আইনী সন্ত্ৰাসৰো সৃষ্টি কৰিছে। যৌতুক আইনঃ বিজ্ঞৰ অস্ত্ৰ অজ্ঞৰ বিপদ?’ গ্ৰন্থত লেখকে ইয়াৰ বিশ্লেষণ আৰু এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ পথো সন্নিৱিষ্ট কৰিছে। আশা কৰা হৈছে হিংসাৰ বলি হোৱা সকলো পক্ষকে গ্ৰন্থখনে সকাহ দিব।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168