AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এজন হাজোতীৰ দিনলিপি (Ejon Hajotir Dinlipi)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author বিকাশ শৰ্মা (Bikash Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB34
Email
Share on Google+
Description

ওখ প্ৰাচীৰেৰে আৱৰা কাৰাগাৰসমূহৰ ভিতৰচৰাৰ ছবিখন সততে লোকচক্ষুৰ আঁৰত ৰৈ যায়৷ সেয়ে হয়তো ইয়াক লৈ মানুহৰ কৌতূহলৰো অন্ত নাই৷ হয়তো তাৰে পৰিণতি কাৰাগাৰ সাহিত্যৰ পৰম্পৰা পাশ্চাত্য সাহিত্যত একপ্ৰকাৰ চহকী আৰু সম্ভ্ৰমপূৰ্ণ৷ ভাৰতত, বিশেষকৈ অসমত ইয়াৰ চকুতলগা গ্ৰন্থ নাই৷ জৱাহৰলাল নেহৰুৰ সৃষ্টিৰাজিক বাদ দিলে এই ঘৰ প্ৰায় শূন্য৷ অসমতো দুই এখন গ্ৰন্থৰ নাম এইক্ষেত্ৰত চৰ্চালৈ আহে যদিও বিশুদ্ধ কাৰাগাৰ ডায়েৰী নাই৷ সেইফালৰ পৰা এই গ্ৰন্থই এইক্ষেত্ৰত প্ৰথম বুলিব পাৰি৷

ব্যক্তিগতভাৱে সাংবাদিক বিকাশ শৰ্মাই তেওঁৰ অতি চমু কাৰাবাস কালত সন্মুখীন হোৱা নিদাৰুণ আৰু শিহৰণকাৰী অভিজ্ঞতাসমূহক অতি সৰল ভাষাৰে সাৱলীল আৰু মৰ্মস্পৰ্শী ৰূপত বৰ্ণনা কৰিছে৷ সাংবাদিকগৰাকীৰ পেছাসুলভ সাহসিকতাই উন্মোচন কৰিছে অসমৰ ৰাজনৈতিক জগত আৰু পুলিছী ব্যৱস্থাৰ সাধাৰণ মানুহে নেদেখা বহু ঘৃণনীয় অধ্যায়৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...