AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (Pathabhrasta Hoise Neki Shankar Sangha?)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ময়ূৰ বৰা (Mayur Bora)e
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB35
Email
Share on Google+
Description

১৯৩০ চনত নগাঁৱৰ পলাশনী গাঁৱত অসীম ত্যাগ আৰু কঠোৰ পৰিশ্ৰমেৰে শংকৰ সংঘ স্থাপনত আগভাগ লোৱা সনত ৰাম বৰাৰ নাতিয়েক ময়ুৰ বৰা নিজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শুভাকাংশী৷ সাম্প্ৰতিক সময়ত মূলতঃ বৌদ্ধিক দিশত শংকৰ সংঘ দিকভ্ৰান্ত হোৱা দেখি বৰাই বস্তুনিষ্ঠভাৱে অনুষ্ঠানটোৰ কেৰোণসমূহ গ্ৰন্থখনৰ যোগেদি উদঙাই দিছে৷ লগতে আশা কৰিছে সংঘৰ সাধাৰণ সদস্য-সদস্যাসকলে অনাগত সময়ত অধিক সক্ৰিয় ভূমিকা লৈ সংঘক সঠিক পথৰ সন্ধান দিব৷ ঐতিহাসিক, সামাজিক তথা আর্থ-ৰাজনৈতিক প্ৰেক্ষাপটত লিখা তেওঁৰ নির্বাচিত প্ৰবন্ধৰ সংকলন অনুভৱৰ প্ৰতিধ্বনিয়ে ইতিমধ্যে অসমৰ পাঠক সমাজৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...