AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

খাৰালাম ফাৰাগো (Kharalam Farago)

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 120
Author নীলিম কুমাৰ (Nilim Kumar)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB36
Email
Share on Google+
Description

খাৰালাম ফাৰাগো৷ এই শব্দৰ কোনো পূর্ব নির্ধাৰিত অর্থ নাই৷ বৰং এই বুলিও কব পাৰি অর্থৰ কোনো শৃংখল নিপিন্ধি এই শব্দ নিতান্তই মুক্ত, স্বাধীন আৰু নিত্য নতুন৷ এই সংকলন তেনে কিছুমান শৃংখলমুক্ত, নিতান্তই নতুন আৰু চমৎকাৰ ভাবনাৰে গ্ৰন্থন৷ এতিয়াও বহু ঘটিবলৈ বাকী আছে আমাৰ জগতত৷ এতিয়াও বহু ভাৱনা জন্মিবলৈ বাকী আছে আমাৰ মনৰ মাজত৷ এই সকলোবোৰ অজন্মা ভাবনা আৰু অঘটন ঘটনা, যিবোৰ অচিৰেই জন্মিব আৰু ঘটিব তাৰেই যেন পূর্বভাস নীলিম কুমাৰৰ খাৰালাম ফাৰাগো৷ অসমীয়া কাব্যত নীলিম কুমাৰ বিখ্যাত তেওঁ আপাতঃ উদ্ভত, চমৎকাৰ ভাৱনা আৰু কল্পনাবোৰৰ বাবে৷ এই গ্ৰন্থতো পঢ়ুৱৈয়ে সেইজন অস্থিৰ, অশান্ত আৰু ভাৱনাবিভোৰ নীলিম কুমাৰকে বিচাৰি পাব, নতুন সাজত৷ তেওঁৰ আটাইবোৰ ৰচনাতে পঢ়ুৱৈয়ে বিচাৰি পাব সেই নীলিম কুমাৰজনকে, যিজন নিজৰ ভাৱনা আৰু কল্পনাবোৰৰ বাবে আন সকলোৰে পৰা পৃথক৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous