AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিদায় আধুনিকতাবাদ (Biday Aadhunikatabad)

Rating: 3/5
Price of print book:₹ 220
Our Price:
₹ 200
Author ধনী বৰা (Dhani Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB37
Email
Share on Google+
Description

পশ্চিমত ক্ৰমে পুৰণি হবলৈ ধৰা উত্তৰ-আধুনিকতাবাদী ধ্যান-ধাৰণা বর্তমানে আমাৰ দৰে শিক্ষিত সমাজত প্ৰচুৰ চর্চাৰ বিষয় হৈ পৰিছে৷ কাৰোবাৰ বাবে অবিচ্ছেদ্য আৰু কাৰোবাৰ বাবে আজৱ চিন্তা হিচাপে পৰিগণিত উত্তৰ-আধুনিকতাবাদী চিন্তাক লৈ সুশৃংখলিত গ্ৰন্থ অসমীয়া ভাষাত তেনেকৈ চকুত নপৰে৷ পুশ্চখণ্ড দেখিয়েই উৎসৰ বিষয়ে দুর্দান্ত ভাষণ ফুকা বহু লোকৰ ভ্ৰান্ত বাখ্যাক প্ৰত্যাহ্বান হিচাপে লৈয়ে এই গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছেআধুনিকতাবাদ, উত্তৰ-আধুনিকতাবাদ, সংযুতিবাদ অথবা গঠনবাদ, উত্তৰ-গঠনবাদ তথা বিনির্মাণ আদিৰ বিস্তাৰিত আলোচনা৷ তদুপৰিসাহিত্য কি? সাহিত্যৰ গুণ কি? আধুনিকতাবাদৰ আদর্শ কি? পৰিচয়ৰ ৰাজনীতিৰ বাখ্যা উত্তৰ-আধুনিকে কি দৰে আগবঢ়াইছে আদি প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি গ্ৰন্থখনত নাৰীবাদী সমালোচনা তথা উত্তৰ-ঔপনিৱেশিক সমালোচনাৰ বিষয়ে আলোচনা কৰা হৈছে৷

Reviews

iOS....
Biki
More reviews

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168