AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ (Aadhunikatabad Aaru Anyanya Prabandha)

Rating: 0/5
Price of print book:₹ 180
Our Price:
₹ 150
Author হৰেকৃষ্ণ ডেকা (Harekrishna Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB38
Email
Share on Google+
Description

আধুনিকতাবাদ সন্দর্ভত তাত্ত্বিক বিশ্লেষণ অসমীয়া ভাষাত নিচেই তাকৰ৷ প্ৰসিদ্ধ সমালোচক হৰেকৃষ্ণ ডেকাই সেই অভাৱকে পূৰণ কৰি আয়োজন কৰিছে অসমীয়া কবিতাৰ পেক্ষাপটত আধুনিকতাবাদী চিন্তাৰ প্ৰতিফলন আৰু আধুনিকতাবাদ সন্দর্ভত পুংখানুপুংখ প্ৰাঞ্জল ব্যৱচ্ছেদ৷ ডেকাই আধুনকিতাবাদৰ নান্দনিক চৰিত্ৰৰ ওপৰত দৃষ্টি দি এক বিশেষ সময়ত হোৱা ঐতিহাসিক পৰিস্থিতিৰ ছবি এখন ডাঙি ধৰি এই পৰিস্থিতিয়ে ইয়াৰ নান্দনিক চৰিত্ৰত যোগোৱা অৰিহণাখিনি বাখ্যা কৰিবলৈকো চেষ্টা কৰিছে৷ পশ্চিমীয়া সাহিত্যত অৱধাৰণা আধুনিকতাবাদত ঘটা পৰীক্ষা-নিৰীক্ষা আৰু নতুনত্বই অসমীয়া আধুনিক কবিতাৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে কেইজনমান অসমীয়া কবিৰ কবিতাৰ দৃষ্টান্তৰ মাজেদি দেখুৱাবলৈ চেষ্টা কৰিছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...