Rating: 0/5
Our Price: ₹ 150 |
|
||||||||||||||||
|
আধুনিকতাবাদ সন্দর্ভত তাত্ত্বিক বিশ্লেষণ অসমীয়া ভাষাত নিচেই তাকৰ৷ প্ৰসিদ্ধ সমালোচক হৰেকৃষ্ণ ডেকাই সেই অভাৱকে পূৰণ কৰি আয়োজন কৰিছে অসমীয়া কবিতাৰ পেক্ষাপটত আধুনিকতাবাদী চিন্তাৰ প্ৰতিফলন আৰু আধুনিকতাবাদ সন্দর্ভত পুংখানুপুংখ প্ৰাঞ্জল ব্যৱচ্ছেদ৷ ডেকাই আধুনকিতাবাদৰ নান্দনিক চৰিত্ৰৰ ওপৰত দৃষ্টি দি এক বিশেষ সময়ত হোৱা ঐতিহাসিক পৰিস্থিতিৰ ছবি এখন ডাঙি ধৰি এই পৰিস্থিতিয়ে ইয়াৰ নান্দনিক চৰিত্ৰত যোগোৱা অৰিহণাখিনি বাখ্যা কৰিবলৈকো চেষ্টা কৰিছে৷ পশ্চিমীয়া সাহিত্যত অৱধাৰণা ‘আধুনিকতাবাদ’ত ঘটা পৰীক্ষা-নিৰীক্ষা আৰু নতুনত্বই অসমীয়া আধুনিক কবিতাৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে কেইজনমান অসমীয়া কবিৰ কবিতাৰ দৃষ্টান্তৰ মাজেদি দেখুৱাবলৈ চেষ্টা কৰিছে৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |