AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাৰবি সংস্কৃতিৰ ইতিহাস (Karbi Sanskritir Itihas)

Rating: 0/5
Price of print book:₹ 275
Our Price:
₹ 250
Author বসন্ত দাস (Basanta Das)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB39
Email
Share on Google+
Description

অসমৰ অন্যতম জনগোষ্ঠী কাৰবি সকলৰ বর্ণাধ্য সংস্কৃতিৰে সমৃদ্ধ৷ কাৰবি সংস্কৃতিৰ ইতিহাসনামৰ এই গ্ৰন্থখনত পাহাৰৰ পৰিবেশত গঢ় লোৱা কাৰবি জনগোষ্ঠীৰ সংস্কৃতিৰ সকলোবোৰ দিশকে বিশদভাৱে সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰা হৈছে৷ কাৰবি সকলৰ প্ৰবজনৰ পৰা আৰম্ভ কৰি জাতিটোৰ আদিম অৱস্থা, গৃহ নির্মাণ, কৃষিকার্য, উৎসৱ-পার্বণ, সামাজকি ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভাস, সাজপাৰ, আ-অলংকাৰ, সা-সঁজুলি, গাঁও সংগঠন, সমাজ সংগঠন, বিবাহ, ডেকাচাঙৰ পৰম্পৰা, কলা-সংস্কৃতি, লোকবাদ্য, কিংবদন্তি, ধর্মজীৱন, জন্ম-মৃত্যু, লোক-সাহিত্য আৰু শাসন ব্যৱস্থাৰ ইতিবৃত্তলৈকে সামৰি লোৱা এই গ্ৰন্থখন কাৰবি জনগোষ্ঠীৰ দাপোনস্বৰূপ৷ সমগ্ৰ কাৰবি জাতিটোৰ প্ৰতিবিম্ব স্বৰূপ৷ সমগ্ৰ কাৰবি জাতিটোৰ প্ৰতিবিম্ব পৰিতিফলিত হোৱা গৱেষণামুলক এই গ্ৰন্থখন নিঃসন্দেহে অসমীয়া গ্ৰন্থ জগতত অভিনৱ আৰু বহুমূলীয়া সংযোজন৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...