AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিহু: বিধি আৰু ব্যাধি (Bihu: Bidhi Aaru Byadhi)

Rating: 0/5
Price of print book:₹ 330
Our Price:
₹ 300
Author জয়কান্ত গন্ধীয়া (Jaykanta Gandhiya)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB41
Email
Share on Google+
Description

বিহু অসমীয়া জাতিৰ এক পৰিচয়। তথাপি যেন বিহুক লৈ বিভ্ৰান্তিৰ ওৰ নাই। আমি অসমীয়াসকলে বিহুক কিমান জানো? এনেকৈও কব পাৰি- আমি যেন আমাৰ আত্মপৰিচিতিক লৈয়ে বিভ্ৰান্ত। ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু ব্যৱহাৰিক জ্ঞানেৰে পুষ্ট বিহু গৱেষক জয়কান্ত গন্ধীয়াই বিহু, হুঁচৰি-জাতনাম, ঢোলৰ ছেও-চাপৰ নাচৰ ছেও, সাজ-পোছাক, বাদ্য-বাজনা আদিৰ উপৰি আমাৰ দায়-দায়িত্ব সন্দভৰ্তো খৰচি মাৰি বিভিন্ন সময়ত লিখিছে ভালেমান প্ৰবন্ধ। তেনেবোৰ প্ৰবন্ধ গ্ৰন্থাকাৰে প্ৰকাশো হৈছে। অসংকলিত প্ৰবন্ধসমূহ সহ বিহু বিষয়ক নিৰ্বাচিত প্ৰবন্ধমালা সামৰি সংকলিত কৰা হৈছে এই গ্ৰন্থ । বিহুৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিবলৈ আত্মপৰিচয় সন্দভৰ্ত দৃঢ় হবলৈ বিহুঃ বিধি আৰু ব্যাধিব অৱশ্যেই পঠনীয় আৰু সংৰক্ষণযোগ্য গ্ৰন্থ ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168