AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ভাষা-সাহিত্য-সংস্কৃতি বীথিকা (Bhasha-Xahitya-Sanskriti Bithika)

Rating: 0/5
Price of print book:₹ 270
Our Price:
₹ 250
Author
Editor  ড০ লক্ষী হাজৰিকা (Dr. Lakshmi hazarika)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB43
Email
Share on Google+
Description

সম্পাদকঃ ড° লক্ষী হাজৰিকা

 

ভাষা, সাহিত্য, সংস্কৃতিৰ বিভিন্ন দিশ পর্যালোচনা কৰি ৰচনা কৰা ২৬ টা প্ৰবন্ধ এই সম্পাদিত গ্ৰন্থখনত সন্নিৱিস্ত হৈছে৷ অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত ভাষাবিজ্ঞানী, সাহিত্যিক আৰু লোক-স্ংস্কৃতিৰ পণ্ডিতৰ প্ৰবন্ধৰ উপৰি বহুকেইগৰাকী প্ৰবীণ-নবীন লিখকৰ গৱেষণালব্ধ প্ৰবন্ধৰে সজ্জিত এই গ্ৰন্থখনে বিষয়বস্তু আৰু ইয়াৰ পর্যালোচনাৰ দিশৰ পৰা নতুনত্ব দাবী কৰিব পাৰে৷ গ্ৰন্থখনলৈ গৱেষণা লব্ধ প্ৰবন্ধৰে বৰঙণি যোগাইছে ক্ৰমেঃ ড° ৰমেশ পাঠক, ° ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, ° দিপ্তী ফুকন পাটগিৰি, ° অমলেন্দু চক্ৰৱর্তী, ° উপেন ৰাভা হাকাচাম, ° বিশ্বজিৎ দাস, দিগন্ত ওজা, ° লক্ষী হাজৰিকা, কৰবী বসুমতাৰী, ° কনক চন্দ্ৰ চহৰীয়া, শুভশ্ৰী কলিতা, ° মঞ্জুমালা দাস, ° পূর্ণভট্টাচার্য, মণিমায়া বৰদলৈ, প্ৰমোদ কলিতা, প্ৰাঞ্জল শর্মা বশিষ্ঠ, ° উমেশ ডেকা, ° অঞ্জলি শর্মা, ° প্ৰফুল্ল কুমাৰ নাথ, ° পৰী হিলৈদাৰী, খগেন্দ্ৰ নাথ তালুকদাৰ, ° নীলমোহন ৰায়, ° নবীন চন্দ্ৰ শর্মা, ° লিপিকা তালুকদাৰ, মনোজ্যোৎস্না মহন্ত গোস্বামী আৰু ড° নিৰোধ বৰুৱাই৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous