AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিজতৰীয়া বিহুৰ বিৰুদ্ধে (Bijatariya Bihur Birudhdhe)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author হেম গগৈ (Hem Gogoi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB52
Email
Share on Google+
Description

অসমৰ মানুহবোৰে এতিয়া হাতত চিপজৰী লৈ আত্মহত্যা কৰিবৰ বাবে তীব্ৰ গতিত আগবাঢ়িব লাগিছে। যি দেখিছোঁ এদিন আত্মহত্যা কৰিবই। তথাপি অসমীয়াৰ হিয়াৰ আমঠু বিহুটিক কিছুদিনৰ বাবে জীয়াই ৰাখিব পাৰি নেকি, বাধা দি ৰাখিব পাৰি নেকি, সেই চেষ্টা সকলোৱেই কৰা উচিত। হেম গগৈয়ে সেই চেষ্টাকে কৰিছে। ইতিমধ্যে বিকৃত হোৱা বিহুৰ নাচ, নাম-বাদ্যখিনিকে ৩০ বছৰ চলিল যেতিয়া পৰম্পৰাগত হবই বুলি একাংশ নতুন পুৰুষে ফেপেৰি পাতি ধৰা দিনত, হেম গগৈক সহযাত্ৰী হিচাপে পাই ভাল লাগিছে। হেম গগৈ মঞ্চ বিহুৰ জ্ঞানেৰে জ্ঞানী হৈ দম্ভালি মৰা লোক নহয়, এই কথা আমি কম দিন লগ পায়েই বুজিলোঁ। গ্ৰন্থখনতো তাৰ প্ৰমাণ পাঠকে পাব।

--- জয়কান্ত গন্ধীয়া

Reviews

There are no reviews for this book yet.

Related Books