AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিহুনামৰ বৰপেৰা (দ্বিতীয় খণ্ড) (Bihunamar Barpera- Part 2)

Rating: 0/5
Price of print book:₹ 450
Our Price:
₹ 400
Author
Editor  ডাঃ অমৰেন্দ্ৰ গগৈ (Dr. Amarendra Gogoi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB53
Email
Share on Google+
Description

চহা কবিৰ মুখনিসৃত মৰম-ভালপোৱা, কামনা-বাসনা অথবা বিৰহ-বেদনা, হা-হুমুনিয়াহৰ সাংগীতিক প্ৰকাশ বিহুনামবোৰ  প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে মুখে মুখেই৷ স্বর্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি ৰাম নাৰায়ণ চক্ৰৱর্তী ওৰফে কবিৰাজ চক্ৰৱর্তীয়ে প্ৰথমখন বিহুনামৰ পুথি আলিগানলিখি উলিয়াইছিল৷ ইয়াৰ পাছত ১৯২২ চনত ডিম্বেশ্বৰ নেওগৰ আকুল পথিক’, ১৯২৩ চনত নকুল চন্দ্ৰ ভূঞাই সংগ্ৰহ কৰা বিহু নামৰ সংকলন হাগীপ্ৰকাশ পায়৷ তাৰ তিনিটা দশকৰ পাছত ১৯৬১ চনত প্ৰকাশিত ড° লীলা গগৈৰ বিহুগীত আৰু বনঘোষাএইেক্ষত্ৰত উল্লেখযোগ্য গ্ৰন্থ৷ এনে প্ৰচেষ্টাৰ অন্তত বিহুনামৰ বৰপেৰাপ্ৰকৃতার্থত এক বৃহৎ আয়োজন৷ পেঁপাবাদক বিচাপে সু-পৰিচিত ডাঃ অমৰেন্দ্ৰ গগৈক একেষাৰতে বিহু গৱেষক বুলি কলেহে উচিত হব৷ তেওঁ বিহু সম্পর্কীয় প্ৰবন্ধ-পাতিও লিখিছে ভালেমান৷ দীর্ঘদিন ধৰি বিভিন্ন ঠাইত ঘুৰি বিভিন্নজনৰ মুখৰ পৰা বুটলি অনা বিহুনামসমূহ সংকলন কৰোঁতেও ডাঃ গগৈয়ে বিহুৱা-বিহুৱতী, গৱেষক তথা আগ্ৰহীসকলৰ সহায়ক হব পৰাকৈ সুশৃংখলিত ৰূপত সজাই উলিয়াইছে৷ প্ৰথম খণ্ডত ২০৯৫ ফাঁকি বিহুনামৰ এই সংকলনখন অসমীয়া লোক-সাহিত্যলৈ এক বিশিষ্ট অৱদান ৰূপে পৰিগণিত হোৱাৰ থল আছে৷ দ্বিতীয় খণ্ডত অন্তর্ভুক্ত হৈছে হুঁচৰি, জাত নাম আদি৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...