AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

গণসংযোগ আৰু সা'বাদিকতা (Ganasanjog Aaru Sangbadikota)

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 180
Author উৎপলজ্যোতি চৌধুৰী আৰু জয়জিৎ ডেকা (Utpaljyoti Choudhury and Jayjit Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB55
Email
Share on Google+
Description

গণসংযোগ আৰু সাংবাদিকতা এতিয়া এক জনপ্ৰিয় আৰু দ্ৰুত প্ৰসাৰিত বিষয়৷ গণসংযোগৰ বিভিন্ন মাধ্যম আৰু ক্ষেত্ৰই এতিয়াৰ প্ৰজন্মক ব্যাপকভাৱে এই বিষয়টোৰ প্ৰতি আকৰ্ষিত কৰিছে৷ ইয়াৰ লগে লগে বিষয়টোৰ এটা বিদ্যায়তনিক গুৰুত্বও বাঢ়িছে৷ অথচ এতিয়ালৈ অসমীয়াত এই বিষয়টোত বিদ্যায়তনিক গ্ৰন্থ বুলিবলৈ একো নাই৷ এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি দুগৰাকী সাংবাদিকতাৰ গৱেষক ছাত্ৰই লিখি উলিয়াইছে সাংবাদিকতা শিকাৰুৰ হাতপুথি হব পৰা এই গ্ৰন্থখন৷ গণসংযোগ আৰু সাংবাদিকতা বিষয়ক বিভিন্ন তথ্য আৰু ধাৰণাৰে গ্ৰন্থখনে সাংবাদিকতাৰ ছাত্ৰ-ছাত্ৰীৰ কিছু অভাৱ পূৰণ কৰিব পাৰিব বুলি নিশ্চয় আশা কৰিব পাৰি৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...