AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নাগৰিক (Nagarik)

Rating: 4/5
Price of print book:₹ 150
Our Price:
₹ 140
Author অপূৰ্ব শৰ্মা (Apurba Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB59
Email
Share on Google+
Description

 

বাঘে টাপুৰ ৰাতিসংকলনৰ বাবে ২০০২ চনৰ সাহিত্য একাডেমী বঁটাৰে সন্মানিত অপূর্ব শর্মাৰ প্ৰথম গল্প সংকলন বন্ধুৰ পথত কেইজন মান ডেকা মানুহ৷ চলচ্চিত্ৰ সমালোচনাতো সমানে সুদক্ষ শৰ্মা দীৰ্ঘাবয়বী হোৱা স্বত্বেও বোধহয় তেওঁৰ ওপৰত চলচ্চিত্ৰৰ প্ৰভাৱৰ কাৰণেই তেওঁ প্ৰতিটো বাক্য, প্ৰতিটো শব্দ স্থপতিসুলভ বিক্ষণেৰে জুখি-মাখিহে ব্যৱহাৰ কৰে৷ সৃষ্টি প্ৰক্ৰিয়াৰ ভাব-অনুভৱৰ ৰসায়নে আৰু নিৰ্মিত প্ৰক্ৰিয়াৰ চলচ্চিত্ৰীয় স্হাপত্য সংসাধনে অপূৰ্ব শৰ্মা গল্পক এক বিশেষ ধৰণৰ বাকঘনত্ব প্ৰদান কৰিছে৷ প্ৰাত্যহিক জীৱনৰ পৰিচিত ছবিবোৰকে ভাষা আৰু কৌশলপূৰ্ণ নিৰ্মিতিৰে চিন্তাপ্ৰসুত ৰূপত উপস্থাপন কৰিব পৰা দক্ষ কথক অপূৰ্ব শৰ্মাৰ গল্প সন্দৰ্ভত বিশিষ্ট সমালোচক প্ৰভাত বৰাৰ মন্তব্যঃ লেখক হিচাপে শৰ্মাক আন লেখকৰ সৃষ্টিতকৈ আধুনিক চলচ্চিত্ৰৰ কলা-কৌশলে হে অধিক প্ৰভাৱিত কৰা যেন বোধ হয়৷শেহীয়াভাৱে প্ৰকাশিত তেনে নতুন সাতোটা গল্পৰ সংকলন এই গ্ৰন্থ৷ অপূৰ্ব শৰ্মাৰ পঢ়ুৱৈক নাগৰিকৰ এই সাতোটা গল্পই পূৰ্বতকৈ অধিক সন্তুষ্টি দিব বুলি আশা কৰিব পাৰি৷

Reviews

....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...

Next Previous