AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

লিংগমুক্ত পৃথিৱীৰ সাধু এটা (Lingamukta Prithiwir Saadhu Eta)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author অপূৰ্ব কুমাৰ শইকীয়া (Apurba Kumar Saikia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB64
Email
Share on Google+
Description

অপূৰ্ব কুমাৰ শইকীয়া অসমীয়া নতুন গল্প কথকসকলৰ ভিতৰত এটা পৃথক নাম। স্কুলীয়া দিনৰ পৰাই গল্পচৰ্চা আৰম্ভ কৰা শইকীয়াৰ আত্মপ্ৰকাশো স্কুল আলোচনীৰ পাততে। পাছত প্ৰান্তিক আৰু গৰীয়সীৰ পাতত তেওঁৰ উৎকৰ্ষ আৰু ব্যাপ্তি জলজলীয়াকৈ পৰিস্ফুট হয়। এক চমৎকাৰ, অৰ্থঘন আৰু যাদুকৰী ভাষাৰ ব্যৱহাৰ আৰু অনন্য কথনশৈলীয়ে তেওঁক আনসকল গল্পলেখকৰ পৰা পৃথক কৰি তুলিছে। বিষয়বস্তুৰ বিশেষ বৈচিত্ৰ্য আৰু বিস্তৃতিৰ বাবেও অপূৰ্ব কুমাৰ শইকীয়া অসমীয়া গল্পৰ নতুন ধাৰাটোত হৈ উঠিছে গুৰুত্বপূৰ্ণ। কলা অথবা বিজ্ঞান, ধৰ্ম অথবা অৰ্থনীতি এই সকলোতে তেওঁৰ বিচৰণ অনায়াস। শইকীয়াৰ গল্পত নিৰৱধি বৈ থকা এটি নিৰ্মল হাস্যৰসৰ সুঁতিয়ে তেওঁৰ গল্পক কৰিছে অতি বিশিষ্ট ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...