AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অৰ্গল খোলা প্ৰিয়ম্বদা (Argal Khola Priyambada)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 70
Author গীতালি বৰা (Geetali Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB68
Email
Share on Google+
Description

ভাষা আৰু কথনভংগীৰ সাৰ্থক সম্প্ৰৰীক্ষাৰে গল্প লিখি যিকেইজন নবীন গল্পকাৰে ইতিমধ্যেই সম্ভাৱনাৰ সাক্ষৰ বহন কৰিছে তাৰ ভিতৰত গীতালি বৰা অন্যতম৷ ১৯৭৭ চনত শোণিতপুৰ জিলাৰ দক্ষিণ কলাবাৰীত জন্মগ্ৰহণ কৰা গীতালি বৰা ইংৰাজী আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ৷ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গীতালি বৰা বৰ্তমানে প্ৰকাশআলোচনীৰ সহকাৰী সম্পাদক ৷  তেওঁৰ পূৰ্ব প্ৰকাশিত গল্প সংকলন সম্ভৱতঃৰ বাবে ২০০৮ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous