AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

Last Visited

মস্তিস্কৰ চিনেমা (Mastiskar Cinema)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author অপূ ভৰদ্বাজ (Apu Bharadwaj)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB71
Email
Share on Google+
Description

যিকেইজন তৰুণ গল্পকাৰে অসমীয়া গল্পৰ ধাৰাত নতুনত্বৰ বাৰ্তা বহন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত অপু ভৰদ্বাজ অন্যতম। কমসংখ্যক গল্প লিখিও ইতিমধ্যেই অপু ভৰদ্বাজে অসমীয়া নতুন গল্পকাৰসকলৰ মাজত একক স্থান দখল কৰিবলৈ সক্ষম হৈছে। কথনভংগীৰ স্বকীয়তা, বিষয়বস্তুৰ নতুনতাই তেওঁক কৰি তুলিছে এজন গুৰুত্বপূৰ্ণ গল্পকাৰ। তেওঁৰ মিথ্যাচাৰ বিলাস, মস্তিস্কৰ চিনেমা, এটা গল্প আৰু এজন বুঢা মানুহ আদি গল্পই তেওঁৰ স্বকীয়তাক অতি উজ্জ্বলভাৱেই উন্মোচিত কৰে পাঠকৰ সন্মুখত। মস্তিস্কৰ চিনেমাসংকলনটোৱে পাঠকৰ আগত এজন নতুন গল্পকাৰৰ, নতুন ধৰণৰ গল্প কিছুমান তুলি ধৰিব; অসমীয়া গল্পত এদিন বিশিষ্ট স্থান লোৱাৰ সম্ভাৱনাৰে যিবোৰ গল্প সাম্ভাৱনাময় আৰু উজ্জ্বল।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168