AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কুকুহা (Kukuha)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 130
Author ইমৰান শ্বাহ (Imran Shah)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB76
Email
Share on Google+
Description

সিদ্ধ গল্পকাৰ, ঔপন্যাসিক স্তম্ভ লেখক ইমৰান শ্বাহৰ জন্ম হৈছিল ১৯৩৩ চনত, শিৱসাগৰৰ ধাই আলিত৷ দীৰ্ঘদিন ধৰি অসমীয়া সাহিত্যলৈ সেৱা আগবঢ়াই অহা শ্বাহ সাম্প্ৰতিক অসমীয়া গদ্য সাহিত্যৰ জগতখনত এক নিগাজী আৰু নিজস্ব স্থানেৰে প্ৰতিষ্ঠিত৷ অতি কম বয়সেৰে পৰা সাহিত্যচৰ্চা আৰম্ভ কৰা লেখকজনে নৱম শ্ৰেণীতে বনবাসীনামৰ কাব্য সংকলন প্ৰকাশ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷ তাৰ পাছৰ বছৰতে তেওঁৰ সংগীতৰ সিপাৰেনামৰ উপন্যাস এখনো প্ৰকাশ পায়৷ পাছলৈ ঈশান দত্ত নামেৰে কাব্যচর্চা আৰু নাট ৰচনা কৰিলেও তেওঁৰ প্ৰসিদ্ধিত মুখ্য ভূমিকা লৈছে গল্প আৰু গদ্য ৰচনাইহে৷ অসম উপত্যকা সাহিত্য বঁটা, আজান পীৰ বঁটাকে ধৰি ভালেমান বঁটা-সন্মান জয় কৰিবলৈ সক্ষম হোৱা শ্বাহৰ বন্দী বিহংগমে কান্দে’, ‘পিয়া মুখ চান্দ’, ‘ইত্যাদি’, ‘পথিক’, ‘প্ৰতিবিম্ব’, ‘পোৰামাটিৰ মালিতা’, ‘স্পৰ্শৰেখাআদি গল্প সংকলন প্ৰকাশ হৈ ওলাইছে৷

 

কুকুহাতেওঁৰ শেহতীয়াভাৱে প্ৰকাশিত গল্পসমূহৰ সংকলন৷ গ্ৰন্থখনত ইমৰান শ্বাহৰ সহজাত গল্প কথনৰ বৈশিষ্ট্য, বিষয়বস্তুৰ বিশেষত্বৰ উপৰি ভাষাৰ বিৱৰ্তিত চমৎকাৰ ৰূপ আৰু বিষয়বস্তুৰ বৈচিত্ৰ্যকো পঢ়ুৱৈয়ে সমানেই উপভোগ কৰিব পাৰিব৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous