AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

স্বৰ্ণবৃষ্টি (Swarnabristi)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author হৰেকৃষ্ণ ডেকা (Harekrishna Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB77
Email
Share on Google+
Description

হৰেকৃষ্ণ ডেকা এজন সমালোচক, এজন সচেতন প্ৰবন্ধকাৰ৷ সেইকাৰণেই তেওঁৰ কবিতাই হওঁক বা গল্প-উপন্যাসেই হওঁক, সকলো সৃষ্টি অথবা নিৰ্মাণৰ মাজত আমি বিচাৰি পাওঁ এজন শক্তিশালী সুদক্ষ লেখকৰ উপস্থিতি৷ তেওঁৰ এই বিচক্ষণতাই আপঁইতা পঠন অভিজ্ঞতাৰ বিৰক্তি অথবা অস্বস্তিৰ পৰা পঢ়ুৱৈক মুক্তি দি এনে এখন জগতত প্ৰৱেশ কৰোৱায় যত পৰিতৃপ্তিৰ যাদুকৰী পৰিধেয়ৰে উদ্ভাসিত হৈ পঢ়ুৱৈয়ে কথকৰ সৈতে এখন অন্য জগত আৱিষ্কাৰ কৰে৷

শেহতীয়াভাৱে প্ৰকাশিত কেতবোৰ গল্পত পূৰ্বতকৈ অধিক শক্তিশালী শানিত মসৃণ ভাষাৰ সৈতে নতুন বিষয় আমি তেওঁৰ পৰা লাভ কৰিবলৈ সক্ষম হলোঁ৷ তাৰেই গ্ৰন্থৰূপ স্বৰ্ণবৃষ্টি৷ নিশ্চিতভাৱেই অসমীয়া গল্প সাহিত্যত এক উল্লেখযোগ্য সংযোজন হৈ ৰৱ এই গ্ৰন্থ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168