AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দুৰ্গাদা, ওলপ ৰ'ব (Durgada Olop Robo)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 70
Author অজয় কুমাৰ ৰায় (Ajay Kumar Ray)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB80
Email
Share on Google+
Description

১৯৮০ চনত জন্মগ্ৰহণ কৰা গল্পকাৰ অজয় কুমাৰ ৰায়ৰ প্ৰথম গল্প সংকলন দুৰ্গাদালপ ৰ৷ নিজৰ বিশেষত্বপূৰ্ণ বিষয়বস্তু, কৌশলী আৰু পূৰঠ গল্পভাষা আৰু শৈলীৰ নতুনত্বৰে ইতিমধ্যেই তৰুণ লেখকসকলৰ ভিতৰত অজয়ে গুৰুত্ব আদায় কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অজয় কুমাৰ ৰায়ৰ বিভিন্ন আলোচনীত প্ৰকাশিত গল্পই ইতিমধ্যেই ৰসজ্ঞ পঢ়ুৱৈৰ প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে৷ তেওঁৰ গল্পৰ এই সংকলনটোৱে এইজন নতুন গল্পকাৰৰ গুৰুত্ব আৰু সম্ভাৱনাক পঢ়ুৱৈৰ আগত স্পষ্টভাৱে তুলি ধৰিব৷ অসমীয়া সাম্প্ৰতিক চুটিগল্পৰ অনেক নতুনত্ব অজয়ৰ গল্পত পঢ়ুৱৈয়ে বিচাৰি পাব৷ 

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous