AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

প্ৰেমৰ কবিতা (Premar Kabita)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 70
Author সৌৰভ শইকীয়া (Sourabh Saikia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB82
Email
Share on Google+
Description

বাৰে বাৰে এখনৰ খিৰিকিৰ প্ৰেমত পৰে তেওঁ , সেই খিৰিকিয়েদি তেওঁলৈ গছৰ কাঁইটবোৰ দলিয়াই থাকে

এক দুৰ্বিনীত ইচ্ছাৰে লিখা ব্যাকুল পৰিণতি এই কবিতাবোৰ বহু পৰিমাণে তেওঁৰ প্ৰেম পলাশ ফুলৰ জুই বেদনা আৰু অভিমানৰ যৌনতা আৰু প্লাৱনৰ সৌৰভেই সৌৰভক দিছে নিৰবাচিত যন্ত্ৰণা প্ৰেমোন্মাদ এখন ক্ষত-বিক্ষত হৃদয়ৰ দুৰন্ত প্ৰণয় গাথাই এই কাব্যগ্ৰন্থৰ প্ৰতিখিলা পাততেই সূৰ্যাস্তৰ শেষ ৰামধেনুৰ আবিৰ ঢালি দিছে হৃদয়-দ্ৰাৱী ৰহস্যময় প্ৰেমৰ কবিতাগুচ্ছৰ এখন অসামান্য সংকলন৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous