AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

মই কবিৰঞ্জন উত্তপ্ত হ'ব খোজা এটা কবিতাৰ নাম (Moi Kabiranjan Uttapta Hobo Khoja Eta Kabitar Naam)

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 120
Author কৰিবঞ্জন শইকীয়া (Kabiranjan Saikia)
Editor  সৌমিত্ৰ যোগী (Soumitra Jogi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB89
Email
Share on Google+
Description

সম্পাদনা- সৌমিত্ৰ যোগী

মই কবিৰঞ্জন উত্তপ্ত হব খোজা এটা কবিতাৰ নাম

 

সৰুৰে পৰা কবিতা চৰ্চা, আবৃতি-বৰগীত প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰা মৰমলগা কণমানি লৰাটো এদিন চিহ্নিত হল ৰাষ্ট্ৰদ্ৰোহী হিচাপে। পুলিচৰ ভয়ত ঘৰৰ পৰা নোহোৱা হোৱা লৰাটো, এদিন হেৰাই থাকিল কৰবাত। কবিৰঞ্জন শইকীয়া নামৰ এই লৰাটো এদিন সঁচায়ে ৰাষ্ট্ৰদ্ৰোহী স্বাধীনতা ফুকনলৈ ৰূপান্তৰিত হল আৰু অকালতে চিৰদিনৰ বাবে হেৰাই গল। হেৰাই গল এজন সম্ভাৱনাপূর্ণ কবি, লেখক, অভিনেতা তথা শিল্পী। সেইগৰাকী কবিৰঞ্জন শইকীয়াই অসমীয়া কাব্যজগতলৈ এৰি গৈছে দুখনকৈ কবিতা পুথি- ৰক্ত আৰতিআৰু আৰ্তনাদৰ এনিশা। এই দুই কাব্যগ্ৰন্থৰ উপৰি, বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ আছিল ভালেমান কবিতা। এই আটাইখিনি কবিতাকে থুপাই সৌমিত্ৰ যোগীয়ে সংকলনটো সম্পাদনা কৰি উলিয়াইছে। গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে ভৱিষ্যতে গৱেষণাধৰ্মী কামত সহায় হব পৰাকৈ ভালেমান ব্যক্তিগত তথা ৰাজনৈতিক-সামাজিক তথ্য আৰু বিশ্লেষণো ৷ 

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...