AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

প্ৰেম আৰু প্ৰাৰ্থনাৰ গান [Prem Aaru Prarthanar Gaan]

Rating: 3/5
Price of print book:₹ 90
Our Price:
₹ 70
Author
Editor  ড০ প্ৰাণজিৎ বৰা (Dr. Pranjit Bora)
Translator  ড০ প্ৰাণজিৎ বৰা (Dr. Pranjit Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB90
Email
Share on Google+
Description

Translation

 ড০ প্ৰাণজিৎ বৰা (Dr. Pranjit Bora)

 

লোকসমাজ গীত আৰু কবিতাৰ সমাজ৷ শোকে-সুখে লোক জনগণে গীত গায়, কবিতা ৰচে৷ হৃদয়ৰ আৱেগসিক্ত লোকজীৱনৰ কবিতাবোৰো লোকজীৱনৰ দৰেই সৰল আৰু সৌন্দৰ্যৰ আকাৰস্বৰূপ৷ এইবোৰ স্বতঃস্ফূৰ্ত আৰু বিশ্বজনীন আৱেদনেৰে ভৰা৷ সকলো লোকৰে হাঁহি আৰু চকুলোৰ বৰণ একে হোৱাৰ দৰে, সকলো ঠাইৰে লোকগীত আৰু কবিতাৰ ভাষা, বিষয়বস্তু আৰু প্ৰকাশভংগী একেই৷ সৰল, অকপট৷ এনে ভালেমান ভিন্ন ভাষাৰ লোক-কবিতাকে অনুবাদ কৰিছে কবি প্ৰাণজিৎ বৰাই৷ প্ৰেম আৰু প্ৰাৰ্থনাৰ গানতেনে অনুবাদবোৰৰে সংকলিত ৰূপ৷ এই অনুবাদে সাহিত্যৰ অমল সম্পদ লোক-কবিতাসমূহৰ প্ৰাণ-প্ৰাচুৰ্য, ইবোৰৰ গতিময়তা আৰু প্ৰাণস্পৰ্শীতাৰ সৈতে পঢ়ুৱৈক নতুনকৈ চিনাকি কৰাই দিব৷ সাহিত্যমূল্যৰ কথা নাভাবিও কেৱল আত্মিক আৱেদনৰ তীব্ৰতাই এই কবিতালানিয়ে পঢ়ুৱৈক দিব কাব্য পাঠৰ অনন্য আনন্দ আৰু শিহৰণ৷ সংকলনখনত কবিতা সংকলিত জনগোষ্ঠীসমূহৰ বিষয়েও আগবঢ়োৱা হৈছে চমু পৰিচিতি৷

Reviews

....
Satyam Lahon
More reviews

Related Books