AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অকলে আছোঁ কুশলে আছোঁ (Akole Aaso Kushale Aaso)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author মৃদুল হালৈ (Mridul Haloi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB91
Email
Share on Google+
Description

ভাৱ আৰু ভাষাৰ মাধুৰ্য মৃদুলৰ কবিতাত আছে৷ তেওঁৰ কবিতাৰ চিন্তা ঐতিহ্য আমাৰ সংস্কৃতিৰ পৰা সৃষ্টি হোৱা, বিদ্যায়তনিক আধুনিকতাৰ পৰা তেওঁ দূৰৈত, ৰোমান্টিক কিন্তু বাস্তৱ জগতক তেওঁ অস্বীকাৰ কৰা নাই৷ আধুনিকতাৰ অবক্ষয়ধৰ্মীতাৰ বিপৰীতে জীৱন- আকাংক্ষাক পৰম মৰ্যাদা দিয়া এইজন কবিৰ ছোঁঘৰত নীৰৱতা আৰু নিসংগতা লুকাই আছে৷ সেয়েহে তেওঁ লিখা কবিতাবোৰ পঢ়ি, ভাল কবিতাবোৰ সাম্প্ৰতিক জীৱনৰ হাই-উৰুমি, কোৰ্হালৰ পৰা তুলি অনা ব্যাখ্যা নহয় বুলি আমি পতিয়ন গৈছোঁ৷ বহুদিনৰ মূৰত মৃদুলৰ কেইটামান কবিতাই কবিতা পঢ়াৰ অনুভূতিৰ মুখামুখি কৰোৱাইছে৷

 

------অৰিন্দম বৰকটকী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...