AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মোৰ দেশ মোৰ গান (Mor Desh Mor Gaan)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author প্ৰেমনাৰায়ণ নাথ (premnarayan Nath)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB93
Email
Share on Google+
Description

কবিতা পঢ়ুৱৈৰ বাবে পৰিচিত প্ৰেমনাৰায়ণ নাথৰ আন এটা পৰিচয় হল গীতিকাৰ৷ ভালেসৎখ্যক গীতত তেওঁ সুৰাৰোপণো কৰিছে৷ আধুনিক সংগীতৰ মেদবহুল হৈ-চৈ ৰ বিপৰীতে তেওঁৰ গীতত থাকে শান্ত সৌম্য সুৰ, এখন প্ৰেমৰ পৃথিৱী৷ এই প্ৰেম কোনো ব্যক্তিবিশেষত আবদ্ধ নহয়, এই প্ৰেম সামূহিক-ব্যক্তিৰ পৰা মানুহলৈ, দেশৰ পৰা দুনিয়ালৈ, নৈৰ পৰা নৈসৰ্গলৈ৷ এই সংকলনত যোৱা দুটা দশকত কেইবাগৰাকীও অগশাৰীৰ কন্ঠশিল্পীয়ে কন্ঠদান কৰা আৰু জনপ্ৰিয়তা লাভ কৰা ঊনসত্তৰটা গীত সন্নিৱিষ্ট হৈছে৷ 

Reviews

There are no reviews for this book yet.

Related Books