Rating: 0/5
Our Price: ₹ 100 |
|
||||||||||||||||
|
জনপ্ৰিয় পষেকীয়া ‘বিহলঙনী’ত প্ৰকাশিত এটি পেৰডিৰে ১৯৫১ চনত ব্যংগ সাহিত্যত প্ৰৱেশ কৰিছিল ভদ্ৰ বৰাই। তেওঁৰ লেখাৰ ধাৰা হাস্য-ৰসাত্মক। এই ধাৰাৰ অতি কমসংখ্যক লেখকৰ মাজত ভদ্ৰ বৰা আটাইতকৈ গুৰুত্বপূৰ্ণ। গুৰুত্বপূৰ্ণ এইবাবেই যে তেওঁৰ হাস্য তৰল, অগভীৰ নহয়। যিবোৰ উৎসৰ পৰা তেওঁৰ হাস্যৰস আৰু মৃদু ব্যংগ উদগীৰিত হয় সেই উৎসসমূহ সমসাময়িক সামাজিক পৰিৱেশে সৃষ্টি কৰা উৎস। সামাজিক অন্যায়, অনীতি, দুৰ্নীতিৰ কথাবোৰ তেওঁৰ লেখালৈ মৃদু অথচ তীক্ষ্ন ব্যংগ আৰু বুদ্ধিদীপ্ত হাস্যৰসৰ মাজেৰে উঠি আহিছে। তেওঁৰ সুদীৰ্ঘ দিনৰ এনে বহু সচেতন আৰু সুলিখিত হাস্য-ব্যংগ ৰচনাৰ মাজৰ পৰাই এই সংকলনৰ বাবে লোৱা হৈছে ভালেকেইটা বাছকবনীয়া লেখা। বৰাৰ এই তৃতীয়খন ব্যংগ ৰচনা সংকলনে পঢ়ুৱৈক দিব এক আনন্দদায়ক পঠন অভিজ্ঞতা। লেখকে আঙুলিয়াই দেখুওৱা অন্যায় অনীতিৰ দিশবোৰ লঘু ৰসৰ মাজেৰেও পঢ়ুৱৈৰ চকুত জল্জল্-পট্পট্কৈ ধৰা পৰিব গ্ৰন্থখনৰ মাজেৰে।
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |