AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আত্মজীৱনী (Aatmajeevani)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author সৌমিত্ৰ যোগী (Soumitra Jogi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB97
Email
Share on Google+
Description

অসমীয়া সাহিত্যত এতিয়াও এটা খীণ সুঁতিৰূপে প্ৰবাহিত হৈ থকা ব্যংগক যি কমসংখ্যক লেখকে বোৱাই ৰাখিছে, তাৰ ভিতৰত সৌমিত্ৰ যোগীও এজন। সংখ্যাত তাকৰ ব্যংগ লিখিও তেওঁ ইতিমধ্যেই এই খীণ সুঁতিটোক কিছু হলেও প্ৰাণচাঞ্চল্য দান কৰিবলৈ সক্ষম হৈছে। এক তীক্ষ্ন আৰু সচেতন সমাজ-ৰাজনৈতিক দৃষ্টিভংগীয়ে তেওঁৰ ব্যংগক দান কৰিছে অন্য এক পৰিচয়। বুদ্ধিদীপ্ত আৰু তীক্ষ্ন শাণিত ভাষা তেওঁৰ ব্যংগ ৰচনাৰ অন্যতম সম্পদ। অসমীয়া ব্যংগ সাহিত্যৰ এই নিসংগ অথচ প্ৰত্যয়দীপ্ত পথিকজনৰ আত্মজীৱনীদ্বিতীয়খন ব্যংগ ৰচনা সংকলন। সম্প্ৰতি সৌমিত্ৰ যোগীয়ে প্ৰকাশন গোষ্ঠী আঁক-বাকৰ অন্যতম সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous