AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এক ধীমানৰ জীৱনপঞ্জী (Ek Dhimanor Jeevanpanji

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 110
Author Salvador Dali
Translator  মৌচুমী কন্দলী (Mouchumi Kandali)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB98
Email
Share on Google+
Description

ছালভাদৰ দালিৰ আত্মজীৱনী - এক ধীমানৰ জীৱনপঞ্জী

ৰূপান্তৰ- মৌচুমী কন্দলী

 

ড০ ভূপেন হাজৰিকাৰ কথা-সংগীত আৰু সুমন কল্যাণপুৰে গোৱা জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গশীৰ্ষক বহু জনপ্ৰিয় গীতটিৰ নেপথ্য কাহিনীটো আপুনি জানেনে? অৱশ্যে সংগীতজ্ঞগৰাকীৰ ঘনিষ্ঠ দুই-এজনে এই গীতটি নহয়- সুখ নাই দুখ নাই, একো যেন নাইশীৰ্ষক গীতটিহে ড০ ভূপেন হাজৰিকাই ছালভাদৰ দালিৰ ‘Persistance of memory’ নামৰ পেইন্টিংখন চাই লিখা অথবা গোৱাৰ প্ৰেৰণা পাইছিল বুলি কয়৷ গানৰ মাজেৰে অসমীয়া জনমানসত প্ৰৱেশ কৰা এইগৰাকী ছালভাদৰ দালি দ্বিতীয়বাৰৰ বাবে আহিছে কিতাপৰ দোলাত উঠি৷ অধিবাস্তৱবাদৰ বাসিন্দা ছালভাদৰ দালিৰ আত্মজীৱনী উপন্যাসতকৈ মনোৰম, কল্পকাহিনীতকৈ অদ্ভূত যেন লগা বাস্তৱৰ বৈচিত্ৰ্যৰে ভৰা৷ বিশ্বজোৰা খ্যাতিসম্পন্ন এইগৰাকী শিল্পীৰ আত্মজীৱনীৰ সোৱাদ পোৱাসকলক দালি সম্পৰ্কে সুধিলে শ্ৰদ্ধা আৰু তৃপ্তিভৰা হাঁহিৰে ওলোৱা একমাত্ৰ শব্দটো হপাগল!

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous