AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

পীকস্কিল (Peekskill)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 120
Author হাৱাৰ্ড ফাষ্ট
Translator  সৌমিত্ৰ যোগী (Soumitra Jogi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB99
Email
Share on Google+
Description

ভাষান্তৰ- সৌমিত্ৰ যোগী

পীকস্কিল! আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৱৰ্তী ৱেষ্ট-চেষ্টাৰ জিলাৰ এক পাহাৰীয়া মনোৰম ঠাই৷ এই পীকস্কিলতে সংগীতানুষ্ঠানত ভাগ লবলৈ যোৱা পল ৰবছন আৰু গণশিল্পী দলৰ সদস্যসকলক হত্যাৰ অভিসন্ধিৰে ফেচীবাদী গুণ্ডাৰ এটা বৃহৎ দলে ১৯৪৯ চনৰ ২৭ আগষ্টত নৃশংস আক্ৰমণ চলায় আৰু এই আক্ৰমণ ৮ ছেপ্টেম্বৰ পৰ্যন্ত চলে৷ এই ঘটনা বিশ্ব ইতিহাসৰ পাতত লিপিবদ্ধ হৈ পৰে পীকস্কিল কাণ্ডহিচাপে৷ যদিও ঘটনাটো আমেৰিকাৰ, তথাপি কিতাপখন পঢ়ি গৈ থাকিলে এনে লাগে যেন যোৱা দুটা দশকত অসমত চলি থকা ৰাজনৈতিক পৰিস্থিতিৰ সুন্দৰ-যুক্তিনিষ্ঠ আৰু সৰ্বসাধাৰণ মানুহৰ দুখ-মৰ্মবেদনাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি লিখা কোনোবা সুলেখকৰ বৰ্ণনা-বিশ্লেষণহে পঢ়ি আছোঁ৷ আৰু ভাৱ হয়, সমগ্ৰ বিশ্বতে-

একেই ৰাষ্ট্ৰ চৰিত্ৰ

একেই পুলিচী ভাব-ভাষা, একেই ছলনা

একেই কলা আইনৰ মেৰপেচ

একেই বিচাৰ ব্যৱস্থা, একেই প্ৰহসন

একেই ফেচিষ্ট কাৰ্যকলাপ

একেই সাংবাদিকৰ চৰিত্ৰ, সংবাদ মাধ্যমৰ ভূমিকা

প্ৰকৃত সংগঠন-নেতৃত্ব কি-

 

পীকস্কিল কাণ্ডই দেখুৱাই গৈছে৷ এই গ্ৰন্থত ফাষ্টৰ ভাষা তিৰ্যক ব্যংগ৷ বৰ্ণনা অতি জীৱন্ত, সকৰুণ৷ এজন লেখকৰ হৃদয়ত কিমান ঘণা জমা হলে এনে বিশ্লেষণ, ব্যংগ নিৰ্গত হয় নপঢ়িলে এই কথা অনুভৱ কৰা টান৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168