AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

হোমেন বৰগোহাঞিৰ সৈতে কথা-বাৰ্তা (দ্বিতীয় খণ্ড) (Homen Bargohainr Xoite Katha Barta Part 2)

Rating: 0/5
Price of print book:₹ 260
Our Price:
₹ 240
Author নিতুমণি শইকীয়া (Nitumoni Saikia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB102
Email
Share on Google+
Description

যুক্তিপূৰ্ণ আৰু সৰল গদ্যৰে প্ৰায় প্ৰতিজন অসমীয়া মানুহৰ মন-মগজু স্পৰ্শ কৰিবলৈ সক্ষম হোৱা হোমেন বৰগোহাঞিৰ একক আৰু অনন্য বৈশিষ্ট্য-জাতিটোৰ সামাজিক স্বাস্থ্যৰ অনুসন্ধান৷ কেৱল এজন বুদ্ধিজীৱী নহয়, এজন যথাৰ্থ সমাজ বিজ্ঞানীৰ দৰে তেওঁৰ থাকে অতি সুক্ষ্ম বীক্ষা-এটা জাতি কেতিয়া সুসভ্য, শিক্ষিত জাতিত পৰিণত হয়? এজন মানুহক কেতিয়া যথাৰ্থ ভদ্ৰলোক, শিষ্টাচাৰী বুলি কোৱা যায়? এটা জাতি, এজন মানুহৰ সুস্বাস্থ্য কি?

আপাত দৃষ্টিত গুৰুত্বহীন যেন লগা এনে বহু প্রশ্ন কৰিবলৈ তেওঁ মানুহক শিকায় আৰু জীৱনবোধেৰে সমৃদ্ধ, এটা মহৎ জীৱন, এটা অগ্ৰণী জাতিলৈ পৰ্যবসিত হবৰ বাবে প্ৰৰোচিত কৰে৷

 

নিউজ লাইভত সম্প্ৰচাৰিত বিশেষ অনুষ্ঠান হোমেন বৰগোহাঞিৰ সৈতে কথা বাৰ্তাত সাংবাদিক নিতুমণি শইকীয়াই হোমেন বৰগোহাঞিৰ বিশাল জ্ঞান-ভাণ্ডাৰৰ পৰা এনে বহু কথা উলিয়াই আনিছে যিবোৰ তেওঁ কেতিয়াও কতো কোৱা নাই৷ ৰাজনীতি, সাহিত্য, সমাজ জীৱন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত হোৱা কথা-বাৰ্তাৰ কিতাপ ৰূপ এই গ্ৰন্থ৷

Reviews

There are no reviews for this book yet.

Related Books