AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অযান্ত্ৰিক (Ajantrik)

Rating: 0/5
Price of print book:₹ 230
Our Price:
₹ 200
Author সন্তোষ কুমাৰ কৰ্মকাৰ (Santosh Kumar Karmakar)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB09
Email
Share on Google+
Description

এগৰাকী কুমাৰী মাতৃৰ পিতৃ-পৰিচয়হীন সন্তান অৰূপ৷ যৌৱনৰ আৰম্ভণিতে একাধিক যুৱতীৰ লগত সম্পৰ্ক গঢ় লৈ উঠে৷ শুভাকাংক্ষীসকলে তাৰ এই জীৱনচৰ্যাৰ বিৰোধিতা কৰে৷ কিন্তু অৰূপে বিশ্বায়নৰ প্ৰেক্ষাপটত আধুনিক সমাজ-জীৱনত বিকাশ লাভ কৰা অবাধ যৌনতা আৰু বন্ধনহীন সহবাসৰ আইনগত স্বীকৃতিৰ কথা পোষকতা কৰি নিজৰ মতে চলিবলৈ লয়৷ এসময়ত চৰকাৰী বিষয়া শ্যামলিমালৈ বন্ধনহীন সহবাসৰ প্ৰস্তাৱ আগবঢ়ায়৷ শ্যামলিমাই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰাৰ পিছত অৰূপে সহকৰ্মী ইন্দিৰাৰ লগত সম্পৰ্ক গঢ়ি তোলে৷ ইফালে অনিচ্ছা স্বত্বেও বন্ধু-বান্ধৱী বিশেষকৈ হ্ৰদৰোগত আক্ৰান্ত মাকৰ হেঁচাত অৰূপ বিবাহ বন্ধনত আৱদ্ধ হয়৷ বিবাহৰ পিছত ঘটনাক্ৰমে পত্নী অপৰ্ণাই অৰূপৰ প্ৰাক্-বিবাহ, যৌনাসক্তিৰ কথা জানিবলৈ পায়৷ আৰম্ভ হয় পৰ্ণাৰ লগত সংঘাত৷

 

মূলতঃ এই কাহিনীভাগকে উপজীব্য কৰি ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰে লিখি উলিওৱাত অযান্ত্ৰিকশীৰ্ষক উপন্যাসখনে বিষয়বস্তুৰ দিশৰ পৰা,বিশেষকৈ ট্ৰিটমেন্টৰ ক্ষেত্ৰত পঢ়ুৱৈক এক নতুন সোৱাদ দিব৷ নায়ক অৰূপৰ ৰাজকীয় জীৱনচৰ্যা আৰু ঘটনা পৰিক্ৰমাই আনি দিয়া মানসিক দ্বন্দ্ব যিদৰে উপন্যাসখনৰ প্ৰশংসনীয় দিশ, একেদৰে অসমীয়া উপন্যাসত সততে দেখা পোৱা দুৰ্বল কথকতা ইয়াত নাই সেই দিশৰেও অযান্ত্ৰিকত বিচাৰি পোৱা যাব এক বুদ্ধিদীপ্ত সোৱাদ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...