AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নেপথ্য সংগীত (Nepathya Sangeet)

Rating: 0/5
Price of print book:₹ 175
Our Price:
₹ 150
Author আৰাধনা পটংগীয়া গোস্বামী (Aaradhana Patangia Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB11
Email
Share on Google+
Description

সত্তৰৰ দশকত কটনিয়ানৰ পাতত আত্মপ্ৰকাশ কৰা আৰাধনা পটংগীয়া গোস্বামীৰ প্ৰথম উপন্যাস কল্লোলিনীয়ে বিষয় আৰু শৈলীৰ দিশৰ পৰা ব্যাপকভাৱে পঢ়ুৱৈৰ সমাদৰ লাভ কৰাৰ পাছত এক অনন্য আংগিকৰ উপন্যাস নেপথ্য সংগীতেও ইতিমধ্যে সুধীজনৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ উপাধি লোৱা গোস্বামীয়ে ১৯৮৯ চনত একে বিশ্ববিদ্যালয়ৰে পৰা ডি এইচ লৰেন্স এণ্ড দ্য আইডিয়া অৱ ইভ্‌লশীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি উপাধি লাভ কৰে৷ পাণ্ডু কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ আৰাধনা গোস্বামী এগৰাকী বিশিষ্ট নিৱন্ধকাৰো৷ তেওঁৰ প্ৰকাশিত আন তিনিখন গ্ৰন্থ সাহিত্য ঐতিহ্য ব্যক্তিত্ব (২০১০), আমাৰ বৈশ্য ছাৰ (সম্পাদনা, ২০১০), দ্য ব্ৰহ্মপুত্ৰ এণ্ড বিয়ণ্ডঃ সমাজ সংস্কৃতি সৃষ্টি (২০১১)৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous