AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা (Bandita Bhupenda Nindita Bhupen Hazarika)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author লোকনাথ গোস্বামী (Loknath Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB24
Email
Share on Google+
Description

ভূপেন হাজৰিকাৰ গান আৰু মানুহজনো ইমান জনপ্ৰিয় হোৱাৰ কাৰণ কি? কি যাদু-মন্ত্ৰ আছে?

কি সাহসেৰে ভূপেন হাজৰিকাই সম্প্ৰীতিৰ বাণী লৈ তেজেধোৱা ঠাইবোৰলৈ গৈছিল? কিদৰে জীপাল আছিল তেওঁৰ সেই সময়ৰ সৃষ্টিৰাজিৰ?

পল ৰবছনৰ পৰা জনমুখী গানৰ পাঠ লোৱা ভূপেন হাজৰিকাই কোন কোন ৰাজনীতিকক নৌকাবিহাৰলৈ নি নাৱত গাইছিল- We are in the same boat brother?

জৰুৰীকালীন অৱস্থাত কি ভূমিকা আছিল ভূপেন হাজৰিকাৰ? কোন কোন শিল্পী, লেখক-সাহিত্যিক আছিল ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাৰ সমৰ্থক? শৰৎ চন্দ্ৰ সিংহৰ ভূমিকা কি আছিল?

কি কাৰণে ভূপেন হাজৰিকাই সলনি কৰিছিল কেতবোৰে গানৰ কথা?

কলকাতাৰ টালিগঞ্জত থকা সংগ্ৰামলগ্নৰ সেই ঘৰটো কাৰ দিহাত বিক্ৰী কৰি স্থায়ী ঠিকনা মুম্বাই কৰিছিল?

বিজেপিৰ হীৰাৰ টুকুৰাভূপেন হাজৰিকাক আছু আৰু অগপই মাজে মাজে কিয় বেয়া পায়?

 

অনুসন্ধিৎসু পাঠকৰ এনেধৰণৰ অনেক প্ৰশ্নৰ অলেখ অজানা অধ্যায় সংযোজিত হৈছে এই গ্ৰন্থত৷ বহু প্ৰশ্নৰ উত্তৰ দিছে ভূপেন হাজৰিকাৰ নিজৰে কাম, গান আৰু কথাই৷ শিল্পীগৰাকীৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক জীৱনৰ লগে লগে এই গ্ৰন্থত লিপিবদ্ধ হৈছে যোৱা দশকৰ ভালেকেইটা গুৰুত্বপূৰ্ণ ঐতিহাসিক অধ্যায়৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous