AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সময় বালিত লিখা ৰ'ব জীৱনৰ যত কথা (Somoy Baalit Likha Raba Jeevanar Jata Kotha)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author লোকনাথ গোস্বামী (Loknath Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB15
Email
Share on Google+
Description

আমোলমোল শেৱালিৰ গোন্ধ’, ‘মঘাই বোলে ঢোলৰ মাত’, ‘হাঁহিৰে জীৱন সুন্দৰ কৰা’, ‘সাঁজ কুঁৱৰী কাক সুঁৱৰিআদি জনপ্ৰিয় গীতেৰে শ্ৰোতাৰ মন মুহুৰ্মুহ আলোড়িত কৰি ৰখা শিল্পী লোকনাথ গোস্বামীৰ আন এটা পৰিচয় এজন সমাজ সচেতন দায়বদ্ধ লেখক। কেইবাখনো গ্ৰন্থৰ লেখক গোস্বামীৰ বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকাগ্ৰন্থখন বেছ চৰ্চিত। কেৱল গান আৰু জনপ্ৰিয়তাৰ পিছে পিছে দৌৰা শিল্পীসকলতকৈ লোকনাথ গোস্বামীৰ আছে সোঁতৰ বিপৰীতে, মানুহৰ কাম কৰাৰ চৰিত্ৰ। সেই কাৰণেই তেওঁ হেজাৰ বিপদকো নেওচি গোষ্ঠী সংঘাত, হিংসাৰ তেজে তুমৰলি অঞ্চললৈ গৈ গাব পাৰে মানুহৰ গান, সম্প্ৰীতিৰ গান। কিন্তু এজন শিল্পীৰ এই চৰিত্ৰ একেদিনাই গঢ় লৈ উঠেনে? নাথাকে জানো এক দীর্ঘতম প্ৰেক্ষাপট? এই গ্ৰন্থতো সন্নিৱিষ্ট হৈছে তেনে প্ৰেক্ষাপট, তেনে ঘটনাবহুল জীৱনৰ এচেৰেঙা। আৰু সেই কাৰণেই চাগে’ ‘সময় বালিত লিখা ৰব জীৱনৰ যত কথাকেৱল স্মৃতিকথা বা আত্মজীৱনীমূলক গ্ৰন্থ নহৈ, ই হৈ পৰিছে তেজেধোৱা অসমৰ আংশিক ইতিহাস।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...